🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SCERT Class 8 General Science Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক। Short Question Answer

Chapter 3

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

১. কাপোৰ বনোৱা আঁহবোৰ কৰ পৰা পোৱা যায়?

উত্তৰঃ কাপোৰ বনোৱা আঁহবোৰ প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়।

২. আঁহবোৰ কৰ পৰা পোৱা যায়?

উত্তৰঃ আঁহবোৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়।

৩. সাংশ্লেষিক আঁহবোৰ কোনে প্ৰস্তুত কৰে ?

উত্তৰঃ সাংশ্লেষিক আঁহবোৰ মানুহে প্ৰস্তুত কৰে ।

৪. প্ৰতিটো সৰু একক একো একোটা কি পদাৰ্থ?

উত্তৰঃ প্ৰতিটো সৰু একক একো একোটা ৰাসায়নিক পদাৰ্থ ।

৫. পাট পলুৰ পৰা পোৱা  পাট বা ৰেচম আঁহ কোন দেশত আৱিষ্কাৰ কৰা হৈছে ?

উত্তৰঃ পাট পলুৰ পৰা পোৱা  পাট বা ৰেচম আঁহ চীনদেশত আৱিষ্কাৰ কৰা হৈছে ।

৬. মানৱ-সৃষ্ট আঁহ এবিধৰ নাম কি ?  

উত্তৰঃ মানৱ-সৃষ্ট আঁহ এবিধৰ নাম হল নাইলন।

 ৮. এষ্টাৰ এবিধ কি পদাৰ্থ ?

উত্তৰঃ এষ্টাৰ এবিধ ৰাসায়নিক।

৯. কিহৰ পৰা তৈয়াৰী পোছাকবোৰ অতি জনপ্ৰিয় ?

উত্তৰঃ আঁহ পৰা তৈয়াৰী পোছাকবোৰ অতি জনপ্ৰিয়ষ।

১০. সাংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত?  

উত্তৰঃ সাংশ্লেষিক বস্ত্ৰ পিন্ধাটো উচিত নহয়।

১১.কি আঁহ তপতালে গলি যায় ?

উত্তৰঃ সাংশ্লেষিক আঁহ তপতালে গলি যায় ।

১২. প্লাষ্টিক এবিধ কি পদাৰ্থ ?

উত্তৰঃ প্লাষ্টিক এবিধ পলিয়েষ্টাৰ পদাৰ্থ।

১৩. কি আঁহ সহজে জুই লাগে?

উত্তৰঃ কৃত্ৰিম আঁহ সহজে জুই লাগে।

১৪. পচি যোৱা পদাৰ্থবোৰক কি বোলা হয়?

উত্তৰঃ পচি যোৱা পদাৰ্থবোৰক জৈৱ-পচনশীল বোলা হয়।

১৫. যিবোৰ সহজে পচি নাযায়?

উত্তৰঃ জৈৱ-অপচনশীল।

১৬. কিহে বায়ুমণ্ডললৈ  বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায় ?

উত্তৰঃ জৈৱ-পচনশীলে  বায়ুমণ্ডললৈ  বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়।

১৭ প্লাষ্টিকৰ মোনাবোৰ য’তে-ত’তে দলিওৱাৰ কাৰণে কি হয়?

উত্তৰঃ প্লাষ্টিকৰ মোনাবোৰ য’তে-ত’তে দলিওৱাৰ কাৰণে নলা-নৰ্দমাবোৰ বন্ধ হয়।

১৮. দহনত প্লাষ্টিকে কি  গেছ নিৰ্গত কৰে ?

উত্তৰঃ.দহনত প্লাষ্টিকে বিযাক্ত গেছ  নিৰ্গত কৰে।

১৯. সাংশ্লেষিক আঁহবোৰক কি নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়?

উত্তৰঃ সাংশ্লেষিক আঁহবোৰক প্ৰেট’ৰাসায়নিক নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়।

২০. সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিক এবিধ কি ?

উত্তৰঃ সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিক এবিধ পলিমাৰ।

২১. সাংশ্লেষিক বা মানৱ-সৃষ্ট আঁহ কাক বোলে ?

উত্তৰঃ মানুহে প্ৰস্তুত কৰা আঁহবোৰকে সাংশ্লেষিক বা মানৱ-সৃষ্ট আঁহ বোলে।

২২. নাইলন কি ?

উত্তৰঃ নাইলন হৈছে এহিধ মানৱ সৃষ্ট আংহ।

২৩. থাৰ্ম’প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক কাক বোলে?.

উত্তৰঃ যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকবোৰক থাৰ্ম’প্লাষ্টিক বা তাপনমনীয় প্লাষ্টিক বোলে।

২৪. থাৰ্ম’ছেটিংপ্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক কাক বোলে?

উত্তৰঃ যিবোবোৰ প্লাষ্টিক এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালে কোমলাব নোৱাৰি সেইবোৰক  থাৰ্ম’ছেটিংপ্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক বোলে।

২৫. জৈৱ-পচনশীল পদাৰ্থ কাক বোলে?

উত্তৰঃ বেক্টেৰিয়াৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক জৈৱ-পচনশীল পদাৰ্থ বোলে।

২৬. জৈৱ-অপচনশীল পদাৰ্থ কাক বোলে?

উত্তৰঃ যিবোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ দ্বাৰা সহজে পচি নাযায় সেইবোৰক জৈৱ-অপচনশীল পদাৰ্থ বোলে।

২৭. পলিমাৰ বা বহুযোগী কাক বোলে ?

উত্তৰঃ বহুতো সৰু সৰু গোট লগ লাগি প্ৰস্তত কৰা ডাঙৰ গোটক পলিমাৰ বা বহুযোগী বোলে।

২৮.পলিমাৰ শব্দ দুটা কি শব্দৰ পৰা আহিছে?

উত্তৰঃ পলিমাৰ শব্দ দুটা গ্ৰীক শব্দৰ পৰা আহিছে।

২৯.ছেলুল’জ কাক বোলে?

উত্তৰঃ কপাহ এবিধ বহুযোহী পদাৰ্থ ইয়াকে ছেলুল’জ বোলে।

৩০. ছেলুল’জ কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ বহু সংখক গ্লোক’জ গোটৰ দ্বাৰা ছেলুল’জ  গঠিত।

৩১. প্লাষ্টিক সমূহ তাপ আৰু বিদুতৰ সু-পৰিবাহি নে?

উত্তৰঃ প্লাষ্টিক সমূহ তাপ আৰু বিদুতৰ সু-পৰিবাহি নহয়।

৩২. R4 নীতিটো কি?

উত্তৰঃ R4 নীতিটো হ’ল-হ্ৰাস কৰা,পুনৰ্ব্য়ৱহাৰ কৰা,পুনৰাবৰ্তন কৰা আৰু পুনৰুদ্ধাৰ কৰা।

৩৪. মাইক্ৰ’ৱেভ অভেনতখাদ ৰান্ধিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ মাইক্ৰ’ৱেভ অভেনতখাদ ৰান্ধিবলৈ বিশেষ ধৰণৰ প্লাষ্টিক ৰন্ধন-সৰনঞ্জাম ব্য়ৱহাৰ কৰা হয়।

৩৫. তাপনমনীয় প্লাষ্টিকবোৰক পুনৰাবৰ্তন কৰিব পাৰি নে?

উত্তৰঃ তাপনমনীয় প্লাষ্টিকবোৰক পুনৰাবৰ্তন কৰিব পাৰি।

৩৬. ৰেয়নবোৰ কৰ পৰা প্ৰস্তত কৰা হয়?

উত্তৰঃ ৰেয়নবোৰ কাঠৰ মণ  ব্য়ৱহাৰ কৰি প্ৰস্তত কৰা হয়?

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop