🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 2 | আমাৰ বাসস্থান Question and Answer |

আমাৰ বাসস্থান। অধ্যায়ঃ ২ 

পৃথিৱী আমাৰ বাসস্থান । পৃথিৱী হল সৌৰজগতৰ এটি গ্ৰহ।পৃথিৱীত জীৱবোৰ জীয়াই থাকিবলৈ ক্ৰমে সাৰুৱা মাটি, বায়ু  আৰু পানী আছে । কিছুমান জীৱ পানীত থাকে । কিছুমান মাটিত আৰু অলপ সংখ্যক অণুজীৱ বায়ুমগুলতো থাকে । পৃথিৱীখনৰ চাৰিভাগৰ এভাগ মাটি আৰু তিনিভাগ । পানী । মাটিত থকা জীৱক স্থলচৰ আৰু পানীত থকা জীৱক জৰচৰ প্ৰাণীবোৰৰএখন তালিকা প্ৰস্ত্তত কৰি আচাৰ্য বা আচাৰ্যাক দেখুওৱা।

১। আমাৰ বাসস্থান কি?

উত্তৰঃ আমাৰ বাসস্থান পৃথিৱী।

 ২। জীৱবোৰ জীয়াই থাকিবলৈ পৃথিৱীত কি আছে?

উত্তৰঃ জীৱবোৰ জীয়াই থাকিবলৈ পৃথিৱীত ক্ৰমে সাৰুৱা মাটি, বায়ু আৰু পানী আছে।

৩। জীৱবোৰৰ বাসস্থান ক’ত ক’ত থাকে?

উত্তৰঃ জীৱবোৰৰ বাসস্থান বেলেগ বেলেগ। কিছুমান জীৱ পানীত থাকে, কিছুমান জীৱ মাটিত থাকে আৰু কিছুমান জীৱ বায়ুমণ্ডলত থাকে।

৪। পৃথিৱীত কিমান মাটি আৰু কিমান পানী আছে?

উত্তৰঃ  পৃথিৱীত চাৰিভাগৰ এভাগ মাটি আৰু তিনিভাগ পানী আছে।

৫। পৃথিৱী সৌৰজগতৰ এটা কি?

উত্তৰঃ পৃথিৱী সৌৰজগতৰ এটা গ্ৰহ।

৬। জীৱৰ বাসস্থান অনুসৰি নামবোৰ কি কি?

উত্তৰঃ  জীৱৰ বাসস্থান অনুসৰি নামবোৰ বেলেগ বেলেগ। মাটিত থকা জীৱক স্থলচৰ আৰু পানীত থকা জীৱক জলচৰ বোলে।

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop