🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 7 | জৈৱ বৈচিত্ৰ্য Question and Answer |

Chapter 7

জৈৱ বৈচিত্ৰ্য

খালী চকুৰে মনিব নোৱাৰা নানা ধৰণৰ অণুজীৱকে আদি কৰি বিভিন্ন প্ৰকাৰৰ গছ- গছনি আৰু প্ৰাণীৰে পৃথিৱী ভৰি আছে। এয়াই জৈৱ বৈচিত্ৰ্য। এই জীৱ বোৰে কোনো এখন ঠাইৰ পাৰিপাশ্বিকতা নিয়ন্ত্ৰণ কৰে। উদ্ভিদ আৰু প্ৰাণীৰ বিস্তাৰ ঠাই ভেদে বেলেগ বেলেগ। জলাশয় আৰু স্থলভাগত বিভিন্ন প্ৰজাতিৰ প্ৰাণী দেখা যায়। জৈৱ বৈচিত্ৰ্য অবিহনে পৃথিৱীত মানুহে জীয়াই থাকিব নোৱাৰে। সেয়ে সেইবোৰক আমি ৰক্ষা কৰিব লাগিব। জৈৱ বৈচিত্ৰ্যই প্ৰকৃতিৰ সৌন্দৰ্য।

১। জৈৱ বৈচিত্ৰ্য বুলি কাক কয়?

উত্তৰঃ খালী চকুৰে মনিব নোৱাৰা নানা ধৰণৰ অণুজীৱকে ধৰি বিভিন্ন প্ৰকাৰৰ গছ-গছনি আৰু প্ৰাণীৰে পৃথিৱী ভৰি আছে। এই সকলোবোৰক একেলগে জৈৱ বৈচিত্ৰ্য বুলি কয়।

২। পৃথিৱীত থকা নানা জীৱবোৰে কি কৰে?

উত্তৰঃ পৃথিৱীত থকা নানা জীৱবোৰে কোনো এখন ঠাইৰ পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ কৰে।

৩। জৈৱ বৈচিত্ৰ্য অবিহনে পৃথিৱীত মানুহ জীয়াই থাকিব পাৰেনে?

উত্তৰঃ জৈৱ বৈচিত্ৰ্য অবিহনে পৃথিৱীত মানুহ জীয়াই থাকিব নোৱাৰে।

৪। জৈৱ বৈচিত্ৰ্য প্ৰকৃতিৰ ______।

উত্তৰঃ জৈৱ বৈচিত্ৰ্য় প্ৰকৃতিৰ সৌন্দৰ্য

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop