SVN Class 4 General Science। Chapter 11। MCQ Answer । পোহৰ আৰু আন্ধাৰ

Chapter 11

পোহৰ আৰু আন্ধাৰ

(১) টমাছ আলভা এডিছন নামৰ বিজ্ঞানীগৰাকীয়ে কিমান চনত পোহৰ পাব পৰা বাল্ব সাজি উলিৱায়?

1) ১৮৭৭ চনত

2) ১৮৭৮ চনত

3) ১৮৭৯ চনত

Ans: ১৮৭৯ চনত

(২) বাল্বৰ পৰা পোৱা পোহৰ প্ৰাকৃতিক পোহৰ নহয়?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ

(৩) আন্ধাৰ আমাৰ বাবে দৰকাৰী?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ

(৪) পোহৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰক কি বোলে?

1) ছ’নাৰ

2) ফ’টন

3) এটাও নহয়

Ans: ফ’টন

(৫) উদ্ভিদে সূৰ্যৰ পোহৰত কি গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে?

1) নাইট্ৰ’জেন

2) অক্সিজেন

3) কাৰ্বন-ডাই-অক্সাইড

Ans: কাৰ্বন-ডাই-অক্সাইড

(৬) চন্দ্ৰৰ নিজা পোহৰ আৰু তাপ নাই?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ

(৭) যিবোৰ বস্তুৰ পৰা আমি পোহৰ পাওঁ সেইবোৰক কি বোলে?

1) পোহৰৰ প্ৰতিফলন

2) পোহৰৰ উৎস

3) এটাও নহয়

Ans: পোহৰৰ উৎস

(৮) কোন দিনাৰ নিশা পোহৰ আটাইতকৈ বেছি হয়?

1) অমাৱস্যাৰ দিনা

2) পূৰ্ণিমাৰ দিনা

3) এটাও নহয়

Ans: পূৰ্ণিমাৰ দিনা

(৯) আন্ধাৰেও আমাক সহায় কৰে?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans: শুদ্ধ

(১০) দিনত আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ?

1) শুদ্ধ

2) অশুদ্ধ

3) এটাও নহয়

Ans:অশুদ্ধ

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop