🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Science Chapter 18 আহাৰ গ্ৰহণ আৰু মল ত্য়াগৰ নিয়ম । Question Answer

Chapter 18

আহাৰ গ্ৰহণ আৰু মল ত্য়াগৰ নিয়ম

১। কেনে ধৰণৰ খাদ্য় বস্তু আমি গ্ৰহণ কৰা উচিত?

উত্তৰঃ আমি পুষ্টিদায়ক আৰু চাফ-চিকুণ খাদ্য় গ্ৰহণ কৰাটোো প্ৰয়োজনীয়।

২। খাদ্য় বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্তত কি কৰিব লাগে?

উত্তৰঃ খাদ্য় বস্তু গ্ৰহণ কৰাৰ আগমুহূৰ্তত ভলদৰে হাত ধুব লাগে।

৩। খৰধৰকৈ খাদ্য় খালে আমাৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ আহাৰ খৰধৰকৈ খোৱাৰ ফলত খাদ্য়ৰ অংশ শ্বাসনলীত সোমাই আমাক কষ্ট দিয়ে বা চৰ্চৰণি আহে।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop