SVN Class 6 Science Chapter 5 চুম্বক । MCQ Question Answer

Chapter 5

চুম্বক 

১। প্ৰাচীন কালত পোহনীয়া জন্তুবোৰ চৰাবলৈ ৰখীয়াবোৰে ক’লৈ নিছিল?

(ক) পাহাৰলৈ

(খ) এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাহাৰলৈ

২। এই পাঠত উল্লেখ কৰা গ্ৰীচ দেশৰ ভেড়াৰখীয়া জনৰ নাম কি?

(ক) হেমন্ত

(খ) অয়ন

(গ) মেগনাচ

উত্তৰঃ (গ) মেগনাচ

৩। চুম্বকে কি আকৰ্ষণ কৰে?

(ক) বাঁহ

(খ) কাঠ

(গ) লো

উত্তৰঃ (গ) লো

৪। নিকেল কি?

(ক) ধাতু

(খ) কাঠ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ধাতু

৫। চুম্বকে লোৰ উপৰি আৰু কি আকৰ্ষণ কৰে?

(ক) কাঠ

(খ) ধাতু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ধাতু

৬। পাৰা,তাম,দস্তা,গ্ৰেফাইট আদিক চুম্বকে কি কৰে?

(ক) বিকৰ্ষণ

(খ) আকৰ্ষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিকৰ্ষণ

৭। চুম্বকে আকৰ্ষণ নকৰা পদাৰ্থবোৰক কি বোলে?

(ক) চুম্বকীয়

(খ) অচুম্বকীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অচুম্বকীয়

৮। চুম্বকৰ বেছি আকৰ্ষণ গুণ থকা মূৰৰ অঞ্চল দুটাক কি বোলে?

(ক) চুম্বকীয়

(খ) অচুম্বকীয়

(গ) মেৰু

উত্তৰঃ (গ) মেৰু

৯। চুম্বকৰ মেৰু কেইটা?

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (খ) ২ টা

১০। চুম্বকে সদায় ভৌগোলিক কোন দিশত থাকে?

(ক) উত্তৰ আৰু দক্ষিণ

(খ) পূৱ আৰু পশ্চিম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উত্তৰ আৰু দক্ষিণ

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop