SVN Class 6 Science Chapter 8 পদাৰ্থৰ ধৰ্ম,শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন। MCQ Question Answer

Chapter 8

পদাৰ্থৰ ধৰ্ম,শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন

১।  বস্তুৰ ক্ষুদ্ৰ অংশকে কি বোলে?

(ক) পদাৰ্থ

(খ) ধৰ্ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পদাৰ্থ

২। পদাৰ্থক কেইটা ভাগত বিভক্ত কৰা হয়?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) পাঁচটা ভাগত

উত্তৰঃ (খ) তিনিটা ভাগত

৩। পদাৰ্থৰ পৰিমাণক কি বোলে?

(ক) ভৰ

(খ) ধৰ্ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভৰ

৪। ভৰ আৰু ওজন একে হয়নে?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৫। লো,কাঠ,বালি,শিল,কিতাপ আদি কি পদাৰ্থৰ উদাহৰণ?

(ক) তৰল পদাৰ্থৰ

(খ) গেছীয় পদাৰ্থৰ

(গ) কঠিন পদাৰ্থৰ

উত্তৰঃ (গ) কঠিন পদাৰ্থৰ

৬। পানী কিমান ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত বৰফ হয়?

(ক) শূণ্য ডিগ্ৰী

(খ) এশ ডিগ্ৰী

(গ) চল্লিছ ডিগ্ৰী

উত্তৰঃ (ক) শূণ্য ডিগ্ৰী

৭। পানী কিমান ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ভাপ হয়?

(ক) শূণ্য ডিগ্ৰী

(খ) এশ ডিগ্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এশ ডিগ্ৰী

৮। কি পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে?

(ক) তৰল পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) কঠিন পদাৰ্থ

উত্তৰঃ (গ) কঠিন পদাৰ্থ

৯। কঠিন পদাৰ্থৰ কি বেছি হয়?

(ক) ভৰ

(খ) ঘনত্ব

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ঘনত্ব

১০। কি পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম?

(ক) তৰল পদাৰ্থৰ

(খ) কঠিন পদাৰ্থৰ

(গ) গেছীয় পদাৰ্থৰ

উত্তৰঃ (গ) গেছীয় পদাৰ্থৰ

Type – Boby Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop