🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 15 নতুন ভাবধাৰাৰ উদ্ভৱ । Short Question Answer

 Chapter 15 

নতুন ভাবধাৰাৰ উদ্ভৱ

১) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ।

২) জৈন সাহিত্য়ত কেইজন ধৰ্মগুৰুৰ নাম পোৱা যায়?

উত্তৰঃ জৈন সাহিত্য়ত ২৪ জন ধৰ্মগুৰুৰ নাম পোৱা যায়।

৩) মহাবীৰৰ প্ৰকৃত নাম কি?

উত্তৰঃ মহাবীৰৰ প্ৰকৃত নাম কি হ’ল বৰ্দ্ধমান।

৪) কেতিয়া গৌতম বুদ্ধৰ জন্ম হৈছিল?

উত্তৰঃ খ্ৰীঃপূঃ ৫৬৬ত গৌতম বুদ্ধৰ জন্ম হৈছিল।

৫) কোনটো ধৰ্ম মতে ‘কৰ্মই ধৰ্ম’ ?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মতে ‘কৰ্মই ধৰ্ম’।

৬) গৌতম বুদ্ধি তেওঁ বাণীসমূহ ক’ত প্ৰচাৰ কৰিছিল?

উত্তৰঃ গৌতম বুদ্ধই তেওংৰ বাণীসমূহ কাশীৰ ওচৰৰ সাৰনাথ নামৰ ঠাইত প্ৰচাৰ কৰিছিল।

৭) বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ’ল- ত্ৰিপিটক।

৮) জৈন ধৰ্মৰ মূল নীতি কেইটা আৰু কি কি?

উত্তৰঃ জৈন ধৰ্মৰ মূল নীতি পাঁচটা- অহিংসা, সত্য়বাদিতা, চুৰি নকৰা, ত্য়াগ আৰু ব্ৰহ্মচৰ্য।

৯) মহাবীৰৰ ধৰ্মমত যিসকলে গ্ৰহণ কৰিছিল তেওঁলোকক কি বোলা হৈছিল?

উত্তৰঃ মহাবীৰৰ ধৰ্মমত যিসকলে গ্ৰহণ কৰিছিল তেওঁলোকক ‘দিগম্বৰ’ বোলা হৈছিল।

১০) বৰ্ধমানে কেিবছৰ বয়সত সংসাৰ ত্য়াগ কৰিছিল?

উত্তৰঃ বৰ্ধমানে ৩০ বছৰ বয়সত সংসাৰ ত্য়াগ কৰিছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop