SVN Class 6 Social Science Chapter 16 মৌৰ্য সাম্ৰাজ্য়ঃ মহামতি অশোক আৰু কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ । Short Question Answer

 Chapter 16 

মৌৰ্য সাম্ৰাজ্য়ঃ মহামতি অশোক আৰু কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ

১) চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ চন্দ্ৰগুপ্তৰ মাতৃৰ নাম মুৰা আছিল।

২) চাণক্য় বা কৌটিল্য়ৰ অৰ্থশাস্ত্ৰত কিহৰ সম্য়ক আলোচনা আছে?

উত্তৰঃ চাণক্য় বা কৌটিল্য়ৰ অৰ্থশাস্ত্ৰত মৌৰ্য সাসন ব্য়ৱস্থাৰ সম্য়ক আলোচনা আছে।

৩) কেতিয়াৰপৰা অশোকে দ্বিগিজয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয়ৰ পথত ব্ৰতী হৈ পৰে?

উত্তৰঃ কলিংগ যুদ্ধৰ পিছৰেপৰা অশোকে দ্বিগিজয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয়ৰ পথত ব্ৰতী হৈ পৰে।

৪) অশোকৰ ৰাজত্বকাল কিহৰ বাবে বিখ্য়াত?

উত্তৰঃ অশোকৰ ৰাজত্বকাল স্থাপত্য় আৰু ভাস্কৰ্য শিল্পৰ বাবে বিখ্য়াত।

৫) বিম্বিসাৰে কিমান বছৰ মৌৰ্য শাসন কৰে?

উত্তৰঃ বিম্বিসাৰে ২৫ বছৰ মৌৰ্য শাসন কৰে।

৬) চন্দ্ৰগুপ্ত মৌৰ্য কেনেকুৱা আছিল?

উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্য অসাধাৰণ প্ৰতিভাশালী পূৰুষ আছিল।

৭) কৌটিল্য়ৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ কৌটিল্য়ৰ জন্ম পঞ্জাবৰ তক্ষশীলাত হৈছিল.

৮) বৌদ্ধ ধৰ্ম প্ৰচাৰত অশোকে কি প্ৰয়োগ কৰিছিল?

উত্তৰঃ বৌদ্ধ ধৰ্ম প্ৰচাৰত অশোকে ৰাজকীয় শক্তি প্ৰয়োগ কৰিছিল।

৯) অসোকৰ মতে ৰজাৰ প্ৰধান কৰ্তব্য় কি?

উত্তৰঃ অসোকৰ মতে ৰজাৰ প্ৰধান কৰ্তব্য় প্ৰজাক সুখত ৰখা।

১০) ইণ্ডিকা পুথিখন কাৰ?

উত্তৰঃ ইণ্ডিকা পুথিখন মেগাস্থিনিছৰ।

১১) অসোক স্তম্ভত থকা অশোক চক্ৰটোক কি বুলি কোৱা হয়?

উত্তৰঃ অশোক স্তম্ভত থকা অশোক চক্ৰটোক ধৰ্ম চক্ৰ বুলি কোৱা হয়।

১২) মৌৰ্য সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰাত চন্দ্ৰগুপ্ত মৌৰ্যক কোনে সহায় কৰিছিল?

উত্তৰঃ মৌৰ্য সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰাত চন্দ্ৰগুপ্ত মৌৰ্যক সহায় কৰিছিল চাণক্য় নামৰ এজন ব্ৰাহ্মণ পণ্ডিতে।

১৩) কেতিয়া অশোক মগধৰ সিংহাসনত উঠে?

উত্তৰঃ খ্ৰীঃ পূঃ ২৭৩ত অশোক মগধৰ সিংহাসনত উটে।

১৪) মেগাস্থিনিছ কোন?

উত্তৰঃ মেগাস্থিনিছ হ’ল এজন গ্ৰীক পৰিব্ৰাজক।

১৫) কোনে অশোকৰ সাম্ৰাজ্য়বাদৰ অৱসাদন ঘটায়?

উত্তৰঃ কলিংগ যুদ্ধই অশোকৰ সাম্ৰাজ্য়বাদৰ অৱসান ঘটায়।

১৬) অশোকৰ উদ্দেশ্য় কি আছিল?

উত্তৰঃ প্ৰজাৰ মংগল সাধন কৰাই অশোকৰ উদ্দেশ্য় আছিল।

১৭) কলিংগ ৰাজ্য় ক’ত অৱস্থিত আছিল?

উত্তৰঃ কলিং ৰাজ্য় দক্ষিণ-ভাৰতৰ পূব উপকূলত অৱস্থিত আছিল।

১৮) কৌটিল্য়ৰ অৰ্থশাস্ত্ৰত দণ্ডনীতিৰ কি দিয়া আছে?

উত্তৰঃ কৌটিল্য়ৰ অৰ্থশাস্ত্ৰত দণ্ডনীতিৰ কঠোৰ ব্য়ৱস্থা গিয়া আছে।

১৯) ৰাজৰ্ষিৰ অৰ্থ কি?

উত্তৰঃ ৰাজৰ্ষিৰ অৰ্থ হ’ল- ঋষিতুল্য় ৰজা।

২০) বিম্বিসাৰৰ পৰৱৰ্তী মৌৰ্য সম্ৰাট কোন?

উত্তৰঃ বিম্বিসাৰৰ পৰৱৰ্তী মৌৰ্য সম্ৰাট হ’ল মহামতি অশোক।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop