🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 8 Science Chapter 19 বায়ু আৰু পানীৰ প্ৰদূষণ। MCQ Question Answer

Chapter 19

বায়ু আৰু পানীৰ প্ৰদূষণ

১। পূথিৱীত জীৱজগত জীয়াই থাকিবৰ বাবে কি অপৰিহাৰ্য?

1) বায়ু

2) পানী

3) মাটি

Ans: বায়ু

২। নিৰ্মল বায়ু আমাৰ বাবে কি?

1) কাম্য

2) অক্ষাম্য

3) অম্ল

Ans: কাম্য

৩। সুস্থ মানে দিনে প্ৰায় কিমান কিলোগ্ৰাম অম্লজান গেছ গ্ৰহন কৰে?

1) ১৬ ৰ পৰা ২০ কিলোগ্ৰাম

2) ২০ ৰ পৰা ২৫ কিলোগ্ৰাম

3) ১৮ ৰ পৰা ৩০ কিলোগ্ৰাম

Ans: ১৬ ৰ পৰা ২০ কিলোগ্ৰাম

৪। ধূলি, ধোৱা আৰু ছাইৰ কণিকাই কি প্ৰদূষিত কৰে?

1) বায়ুমণ্ডল

2) জীৱমণ্ডল

3) সমমণ্ডল

Ans: বায়ুমণ্ডল

৫। বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰ নামৰ স্তৰটোট কি গেছৰ এটা পাতল স্তৰ আছে?

1) অ’জন

2) তেজ’স্ক্ৰিয়

3) ক্ল’ৰ’ফ্লুৰ কাৰ্বন

Ans: অ’জন

৬। ক্ষতিকাৰক গেছ ওলাই কি কৰে?

1) বায়ু প্ৰদূষিত কৰে।

2) জীৱক মাৰাত্মক কৰি তুলে

3) প্ৰাকৃতিক দৃযিত কৰে

Ans: বায়ু প্ৰদূষিত কৰে।

৭। মানুহ নান প্ৰাণী আনকি উদ্ভিদৰো যথেষ্ট ক্ষতিসাধন কিহে কৰে?

1) বায়ুমণ্ডলে

2) বায়ু প্ৰদূষণে

3) জীৱমণ্ডলে

Ans: বায়ু প্ৰদূষণে

৮। নিৰ্মল বায়ুত এঙাৰ গেছৰ পৰিমান শতকৰা কিমান ভাগ থাকিব লাগে?

1) 0.03 শতকৰা

2) 0.07 শতকৰা

3) 0.02 শতকৰা

Ans: 0.03 শতকৰা

৯। এজোপা বৃক্ষৰ গড় আয়ুস কিমান বছৰ?

1) ৪০ বছৰ

2) ৫০ বছৰ

3) ১০০ বছৰ

Ans: ৫০ বছৰ

১০। ধোঁৱাত থকা হাইড্ৰ’কাৰ্বন আৰু তেজস্ক্ৰিয় প্ৰুট’নিয়ামে কি ৰোগৰ স্থষ্টি কৰে?

1) কৰ্কট

2) হৃদৰোগ

3) মূৰৰ বিষ

Ans: কৰ্কট

১১। ৰন্ধন কাৰ্য্যত কাম ধোৱা ওলোৱা চৌকী ব্যৱহাৰ কৰি বায়ু প্ৰদূষণৰ কিছু কি কৰিব পাৰি?

1) বৃদ্ধি

2) হ্ৰাস

3) নিমূল

Ans: হ্ৰাস

১২। প্ৰদূষণ মুক্ত পৰিৱেশত কুনে সুকলমে জীয়াই থাকিব পাৰে?

1) জীৱই

2) চৰাই

3) জন্তু

Ans: জীৱই

১৩। কি পদ্ধতিৰে পানী বিশুদ্ধ কৰিব পাৰি?

1) নানান পদ্ধতিৰে।

2) গৰম কৰা পদ্ধতিৰে।

3) ওপৰৰ গোটেই কেইটা

Ans: নানান পদ্ধতিৰে।

১৪। কল-কাৰাখানা ধোঁৱা ওলোৱা চিমনিবোৰ কি ঙোৱা উচিত?

1) চাপৰ

2) ওখৰ

3) ওপৰৰ এটাও নহয়।

Ans: ওখৰ

১৫। বায়ু পানীক দূষিত  কৰা পদাৰ্থবোৰক কি বুলি কোৱা হ’য়?

1) প্ৰদৃষণ

2) প্ৰদূষক

3) ওপৰৰ গোটেই কেইটা

Ans: প্ৰদূষক

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop