🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Computer Course | Chapter 6 | এম.এচ.ডচ. | Question Answer Assamese Medium | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

এম.এচ.ডচ.

অনুশীলনীঃ

১। অ’এচ (OS) ৰ সম্পূর্ণ নামটো লিখা ।
উত্তৰঃ অ’এচ (OS)ৰ সম্পূৰ্ণ নাম অপাৰেটিং চিষ্টেম (operating system)

২। ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating System) কি ?
উত্তৰঃ ডিক্স অপাৰেটিং চিষ্টেম (Disk Operating system) হৈচে এটা প্ৰগেম যিয়ে হাৰ্ডৱেৰক চফটৱেৰৰ লগত সংলগ্ন কৰি কম্পিউটাৰৰ প্ৰতিটো অংশৰ কাম চলাই।

৩। আমেৰিকাৰ মাইক্ৰচফট কোম্পানীয়ে যােগান ধৰা অপাৰেটিং চিষ্টেমটোৰ নাম কি?
উত্তৰঃ আমেৰিকা মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা অপাৰেটিং চিষ্টেমটোৰ নাম এম.এচ
ডচ. (MS-DOS)

৪। কামাণ্ডসমূহ লিখা-

(ক) মনিটৰৰ পর্দাখন চাফা কৰিবৰ বাবে কি কামাণ্ড ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ মনিটৰৰ পৰ্দাখন চাফা কৰিব বাবে CLS (চি.এল.এচ ) কামাণ্ড ব্যৱহাৰ কৰা হয়।

(খ) File এটা বনাবৰ বাবে ব্যৱহাৰ কৰা কামাণ্ডৰ নাম কি ?
উত্তৰঃ File এটা বনাবৰ বাবে ব্যৱহাৰ কৰা কামাণ্ডৰ নাম Copy Con (কপি কন)

(গ) MS – DOS প্রগ্ৰেমৰ পৰা ওলাই অহা কামাণ্ডটো কি ?
উত্তৰঃ MS-DOS প্ৰগেমৰ পৰা ওলাই অহা কামাণ্ডটো Exit (এক্সিট)।

(ঘ) কি কামাণ্ডৰ সহায়ত লিখা তথ্যখিনি ছপা আকাৰত পাব পাৰি ?
উত্তৰঃ Print (প্ৰিণ্ট) কামাণ্ডৰ সহায়ত লিখা তথ্যখিনি ছপা আকৈৰত পাব পাৰি।

(ঙ) বর্তমান তাৰিখ চাব পৰা কামাণ্ডৰ নাম কি ?
উত্তৰঃ
বৰ্তমান তাৰিখ চাব পৰা কামাণ্ডৰ নাম Date (ডেট)

৫। MS – DOS খােলাৰ পদ্ধতিটো লিখা ।
উত্তৰঃ MS-DOS খোলাৰ পদ্ধতিটো Start-Program-Accessories-Command prompt.

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop