🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SEBA Class 9 Maths Solution Chapter 1। সংখ্য়া প্ৰণালী। অনুশীলনী 1.1 Question Answer

Chapter 1

অনুশীলনী 1.1

1. শূন্য়টো পৰিমেয় সংখ্য়া হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে?

সমাধানঃ শূন্য়টো এটা পৰিমেয় সংখ্য়া। কাৰণ ইয়াক p/q  আকাৰত প্ৰকাশ কৰিব পাৰি। 

যেনেঃ

আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াকে qৰ মান যিকেনো সংখ্য়া হ’ব পাৰে।

2.  3 আৰু 4 ৰ মাজতে থকা ছয়টা পৰিমেয় সংখ্য়া উলিওৱা?

সমাধানঃ ∵ 3 আৰু 4 মধ্য়ৱতী ছয়টা পৰিমেয় সংখ্য়া লাগে। 3 আৰু 4 ক 6+1=7 হৰবিশিষ্ট পৰিমেয় সংখ্য়াত লাগিব।

∴ 3 আৰু 4 ৰ মধ্য়ৱতী ছয়টা পৰিমেয় সংখ্য়াঃ—

3. 3/5 আৰু 4/5  ৰ মাজতে থকা পাঁচটা পৰিমেয় সংখ্য়া উলিওৱা?

সমাধানঃ 3/5 আৰু 4/5  ৰ মধ্য়ৱতী পৰিমেয় সংখ্য়াঃ—

4. তলৰ উক্তিসমূহ সচাঁনে মিছা লিখা।

(i) প্ৰতিটো স্বাভাৱিক সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

(ii) প্ৰতিটো অখণ্ড সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

(iii) প্ৰতিটো পৰিমেয় সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

সমাধানঃ  (i) সত্য়। কাৰণ স্বাভাৱিক সংখ্য়া বোৰক অখণ্ড সংখ্য়াৰ অন্তৰ্গত কিন্তু সকলো অখণ্ড সংখ্য়াবোৰ স্বাভাৱিক সংখ্য়া নহয়।

(ii) সত্য় নহয়। কাৰণ ঋনাত্মক সংখ্য়াবোৰ -1, -2, -3…. অখণ্ড সংখ্য়া নহয়।

(iii) সত্য় নহয়। কাৰণ অখণ্ড সংখ্য়াবোৰ পৰিমেয় সংখ্য়াৰ অন্তগৰ্ত। প্ৰতিটো পৰিমেয় সংখ্য়া অখণ্ড সংখ্য়া নহয়। যেনে 3/5 পৰিমেয় সংখ্য়া কিন্তু অখণ্ড সংখ্য়া নহয়।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop