SEBA Class 9 Maths Solution Chapter 10। বৃত্ত । অনুশীলনী 10.1 Question Answer

অনুশীলনী 10.1

1. খালী ঠাই পূৰ কৰাঃ

(i) বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অন্তঃভাগত অৱস্থিত।

(ii) এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ’লে ই বৃত্তটোৰ বহিঃভাগত অৱস্থিত।

(iii) এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্য়াস।

(iv) এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্য়াসৰ প্ৰান্তবিন্দু হ’লে চাপটো এটা অৰ্ধবৃত্ত।

(v) এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু জ্য়াডাল মধ্য়বৰ্তীক্ষেত্ৰ।

(vi) এটা বৃত্তই বৃত্তটো থকা সমতলখনক তিনি ভাগত ভাগ কৰে।

2. সচাঁ বা মিছা কোৱাঃ

(i) কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বৃত্তটোৰ এডাল ব্য়াসাৰ্ধ।

উত্তৰঃ সচাঁ।

(ii) এটা বৃত্তৰ সীমিতসংখ্য়কহে সমান জ্য়া থাকে।

উত্তৰঃ মিছা।

(iii) এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্য়েকেই এটা অধি চাপ হ’ব।

উত্তৰঃ মিছা।

(iv) এডাল জ্য়া, যি বৃত্তৰ ব্য়াসাৰ্ধৰ দুগুণ সেয়া বৃত্তটোৰ এডাল ব্যাস।

উত্তৰঃ সচাঁ।

(v) এটা বৃত্তাংশ বৃত্তৰ জ্য়া আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ।

উত্তৰঃ মিছা।

(vi) এটা বৃত্ত সামতলিক আকাৰৰ।

উত্তৰঃ সচাঁ।

Type – Boby Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop