অনুশীলনী 4.1
1. এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ । এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা । ( ইয়াত এখন টোকাবহীৰ দাম টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা )
Ans : ধৰা হ’ল,
টোকাবহীখনৰ দাম = xটকা
কলমটোৰ দাম = y টকা
x=2y
x=-2y=0
2. তলৰ ৰৈখিক সমীকৰণবিলাকআৰ্হিত প্ৰকাশ কৰা প্ৰতি ক্ষেত্ৰতে a, b আৰু cৰ মান উল্লেখ কৰা ।
i) 2x+3y=9.35
= a=2, b=3, c=9.35


