SEBA Class 9 Maths Solution Chapter 9। সামান্তৰিক আৰু ত্ৰিভূজৰ কালি । অনুশীলনী 9.2 Question Answer

অনুশীলনী 9.2

1. ABCD এটা সামান্তৰিক, AE⊥DC আৰু CF⊥AD। যদি AB = 16 cm, AE = 8 cm আৰু CF = 10 cm, AD উলিওৱা।

2. ABCD সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্য়বিন্দুকেইটা যদি যথাক্ৰমে E, F, G আৰু H, দেখুৱা যে কালি (EFGH) = 1/2 কালি (ABCD)।

3. ABCD এটা সামান্তৰিকৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু। দেখুৱা যে কালি(APB) = কালি (BQC)।

4. চিত্ৰত ABCD সামান্তৰিকটোৰ ভিতৰত P এটা বিন্দু। দেখুৱা যে一

(i) কালি (APB) + কালি (PCD) = 1/2 কালি (ABCD)

(ii) কালি (APD) + কালি (PBC) = কালি (APB) + কালি (PCD)

5. চিত্ৰত PQRS আৰু ABRS দুটা সামান্তৰিক। BR বাহুৰ ওপৰত X এটা যিকোনো বিন্দু। দেখুওৱা যে 一

(i) কালি(PQRS) = কালি(ABRS)

(ii) কালি (AXS) = 1/2 কালি(PQRS)

6. এজন খেতিয়কৰ  PQRS সামান্তৰিক এটাৰ আকৃতিৰ এখন খেতিপথাৰ আছিল। তেওঁ RS ৰ ওঁপৰত যিকোনো এটা বিন্দু ল’লে আৰু ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে। পথাৰখন কেইটা অংশত বিভক্ত হ’ল? এই অংশকেইটা আকৃতিবোৰ কি কি? খেতিয়কজনে পথাৰখনৰ সমান সমান অংশত বেলেগ বেলেগ ঘেহুঁ আৰু মাহৰ গুটি সিচিব খুজিলে। তেওঁ এইটো কিদৰে কৰিব?

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping