Class 11 Education Book Chapter 4 Part 2 Short Question Answer | শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্য়য়নৰ গুৰুত্ৱ | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

চমু প্ৰশ্ন উত্তৰঃ

১। মনোবিজ্ঞানৰ গুৰুত্বপূৰ্ণ শাখা কি?

উত্তৰঃ জনপ্ৰিয় শাখা।

২। শিক্ষাব্যৱস্থাৰ কাম কি?

উত্তৰঃ শিক্ষাব্যৱস্থাৰ কাম হ’ল শিক্ষণ আৰু শিক্ষাদান কৰা।

৩। শিক্ষাব্যৱস্থাৰ কেন্দ্ৰবিন্দুটো কি হয়?

উত্তৰঃ শিক্ষাৰ্থীসকল হয়।

৪। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নিজস্ব কি থাকে?

উত্তৰঃ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নিজস্ব গুণ আৰু সুপ্ত থাকে।

৫। ত্ৰিপক্ষীয় প্ৰত্ৰুিয়া বুলি ক’লে কাক বুজায়?

উত্তৰঃ ত্ৰিুপক্ষীয় প্ৰত্ৰুিয়া বুলি ক’লে শিক্ষাক বুজায়।

৭। মানুহৰ মানসিক অৱস্থা কি হৈ নাথাকে?

উত্তৰঃ মানুহৰ মানসিক অৱস্থাস্থিৰ হৈ নাথাকে।

৮। নিৰীক্ষণ শব্দই কি বুজায়?

উত্তৰঃ নিৰীক্ষণ শব্দই পৰ্যবেক্ষণ বা লক্ষ্য কৰা বুজায়।

৯। নিৰীক্ষণ পদ্ধতি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ নিৰীক্ষণ পদ্ধতি দুই প্ৰকাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ।

১০। ঘটনা বিৱৰণী পদ্ধতি বুলি কাক কোৱা হয়?

উত্তৰঃ ঘটনা বিৱৰণী পদ্ধতি চিকিৎসাশাস্ত্ৰ পৰা অহা বুলি কোৱা হয়।

১১। দুটা শব্দৰ সমষ্টিক কি বুলি কোৱা হয়?

উত্তৰঃ দুটা শব্দৰ সমষ্টিক শিক্ষা আৰু মনোবিজ্ঞান বুলি কোৱা হয়।

১২। মনোবিজ্ঞানৰ শাখা যাৰ লগত কি সম্বন্ধ আছে?

উত্তৰঃ মনোবিজ্ঞানৰ শাখা যাৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।

১৩। শিক্ষণ এবিধ কি প্ৰত্ৰুিয়া?

উত্তৰঃ শিক্ষণ এবিধ জটিল প্ৰত্ৰুিয়া।

১৪। পৰীক্ষণ পদ্ধতিৰ মনোবিদসকলে কি মন্তব্য দিছে?

উত্তৰঃ পৰীক্ষণ পদ্ধতিৰ মনোবিদসকলে এক সুন্দৰ ব্যৱস্থাপনাযুক্ত পদ্ধতি বুলি মন্তব্য দিছে।

১৫। প্ৰক্ষিপ্ত পদ্ধতি কি?

উত্তৰঃ প্ৰক্ষিপ্ত পদ্ধতি হৈছে মনোবিশ্লেষণকাৰী।

১৬। শিক্ষণ নামৰ ত্ৰুিয়া পদটোৱে কেইটা বিষয়ে সাঙুৰি লয় আৰু কি কি?

উত্তৰঃ শিক্ষণ নামৰ ত্ৰুিয়া পদটোৱে দুটা বিষয়ে সাঙুৰি লৈছে – এটা হ’ল ব্যক্তিজন আৰু আনটো হ’ল বিষয়টো।

১৭। জন্মৰ পৰা মৃতুলৈ এজন ব্যক্তিয়ে বিকাশৰ কেইটা স্তৰ ভাগ কৰিছে?

উত্তৰঃ জন্মৰ পৰা মৃতুলৈ এজন ব্যক্তিয়ে বিকাশৰ চাৰিটা স্তৰত ভাগ কৰিছে।

১৮। কিহৰ বাবে প্ৰত্যেক শিশুৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভা আছে?

উত্তৰঃ শিশু সম্বন্ধে জ্ঞান অৰ্জনপ অৰ্থে প্ৰত্যেক অন্তৰ্নিহিক সুপ্ত প্ৰতিভা আছে।

১৯। বিখ্যাত ফৰাচীৰ কেইটা স্তৰ আছে?

উত্তৰঃ চাৰিটা।

২০। মানসিক স্থিতিৰ কি পৰিৱৰ্তন হয়?

উত্তৰঃ মানসিক স্থিতিৰ দ্ৰুত পৰিৱৰ্তন হয়।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping