Class 11 Education Book Chapter 5 Short Question Answer | মানসিক জীৱনৰ শাৰীৰিক ভিত্তি | চমু প্ৰশ্ন উত্তৰ |

Chapter 5

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

চমু প্ৰশ্ন উত্তৰঃ

১। দেহৰ আৰু মনৰ মাজত কি সম্বন্ধ আছে?

উত্তৰঃ দেহৰ আৰু মনৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে।

২। শাৰীৰিক সুস্থতাৰ ওপৰত কোনে নিৰ্ভৰ কৰে?’

উত্তৰঃ শাৰীৰিক সুস্থতাৰ ওপৰত মনসিক সুস্থতাৰ নিৰ্ভৰ কৰে।

৩। এক্সন আকাৰত কেনেকুৱা হয়?

উত্তৰঃ এক্সন আকাৰত দীঘল হয়।

৪। অন্তমুৰ্খী নিউৰণ কাৰ মাজত অৱস্থিত?

উত্তৰঃ অন্তমুৰ্খী নিউৰণ ইন্দ্ৰিয়ৰ মাজত অৱস্থিত।

৫। বহিৰ্মূখা নিউৰণে কিহৰ পৰা মাংশপেশী উদ্দীপনা বহন কৰি আনে?

উত্তৰঃ বহিৰ্মূখা নিউৰণে মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা মাংশপেশী উদ্দীপনা বহন কৰি আনে।

৬। অন্তৰ্মুখী আৰু বহিৰ্মুখী নিউৰণৰ মাজত কোনে যোগসুত্ৰ হিচাপে কাম কৰে?

উত্তৰঃ সহযোজক নিউৰণে অন্তৰ্মুখী আৰু বহিৰ্মুখী নিউৰণৰ যোগসুত্ৰ হিচাপে কাম কৰে।

৭। নিউৰণৰ প্ৰধান কাম কি?

উত্তৰঃ এটা দুটাই হ’লনিউৰণৰ প্ৰধান কাম।

৮। স্নায়ুতন্ত্ৰক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ স্নায়ুতন্ত্ৰক তিনিটা ভাগত ভগোৱা হৈছে।

৯। মেৰুমজ্জা কাক বোলে?

উত্তৰঃ  ৰাজহাড়ৰ বা মেৰুদণ্ডৰ ভিতৰত থকা কোমল আৰু বগা ধসুৰ পদাৰ্থৰ্কে মেৰুমজ্জা বোলা হয়।

১০। ধূসৰ কি পদাৰ্থৰে গঠিত?

উত্তৰঃ ধূসৰ স্নায়ুকোষেৰে আৰু বগা পদাৰ্থ স্নায়ুতন্ত্ৰৰে গঠিত।

১১। ৰাজহাড়ৰ কেইটা পৃথক খণ্ড অস্থিৰে গঠিত?

উত্তৰঃ ৰাজহাড়ৰ ৩৩/৩৪ টা পৃথক খণ্ড অস্থিৰে গঠিত।

১২। অস্থিখণ্ডবিলাক ভিতৰখন কেনেকুৱা?

উত্তৰঃ অস্থিখণ্ডবিলাক ভিতৰখন ফোঁপোলা।

১৩। মেৰুমজ্জা কিমান ডোখৰ অস্থিখণ্ডৰ মাজেদি আহি অধঃমস্তিষ্কত মিলিত হৈছে?

 উত্তৰঃ মেৰুমজ্জা ২৭ ডোকৰ অস্থিখণ্ডৰ মাজেদি আহি অধঃমস্তিষ্কত মিলিত হৈছে।

১৪। মস্তিষ্ক বুলি ক’লে কি বুজা?

উত্তৰঃ মূৰৰ লাওখোলাৰ ভিতৰত থকা বগা কোমল পদাৰ্থখিনিকে মস্তিষ্ক বুলি কোৱা হয়।

১৫। ত্ৰুিয়া বুলি কাক কোৱা হ’য়?

উত্তৰঃ শৰীৰত যি উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে তাৰ ফলত এক স্বতঃপ্ৰতিত্ৰুিয়াৰ সৃষ্টি হয় তাকে ত্ৰুিয়া বুলি কোৱা হয়।

১৬। অংশ বুলি কাক কোৱা হয়?

উত্তৰঃ  অধঃমস্তিষ্ক মেৰুদণ্ডৰ ওপৰখনিক অংশ বুলি কোৱা হয়।

১৭। প্ৰমস্তিষ্কৰত কেইটা কেন্দ্ৰ থাকে ?

উত্তৰঃ প্ৰমস্তিষ্কৰত তিনিটা কেন্দ্ৰ থাকে।

১৮। লঘুমস্তিষ্ক কাক বোলে?

উত্তৰঃ আধঃমস্তিষ্কৰ ঠিক ওপৰভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশটোকে লঘুমস্তিষ্ক বোলে।

১৯। স্বয়ংত্ৰুিয়া কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ স্বয়ংত্ৰুিয়া স্নায়ুৰ দ্বাৰা গঠিত।

২০। চকুৰ উদ্দীপক কি?

উত্তৰঃ চকুৰ উদ্দীপক হ’ল পোহৰ।

২১। দ্ৰৱণীয় পদাৰ্থবিধৰ নাম কি?

উত্তৰঃ দ্ৰৱণীয় পদাৰ্থবিধৰ নাম হ’ল জিভা।

২২। কোনবিধ পেশী অন্ত্ৰীৰ ভিতৰত থাকে?

উত্তৰঃ মিহি বা অচিত্ৰিত পেশী অন্ত্ৰীৰ ভিতৰত থাকে।

২৩। গ্ৰন্থসমূহক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ গ্ৰন্থসমূহক দুটা ভাগত ভাগ কৰা হৈছে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping