সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক নগৰত বাস কৰিছিল ?

উত্তৰঃ- সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ লোক নগৰত বাস কৰিছিল ।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop