SVN Class 8 Science Chapter 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা । MCQ Question Answer

Chapter 1

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

১। সকলো জীৱকে জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন?

1) আহাৰৰ প্ৰয়োজন।

2) পানীৰ প্ৰয়োজন।

3) বায়ুৰ প্ৰয়োজন

Ans: আহাৰৰ প্ৰয়োজন।

২। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে?

1) কৰে।

2) নকৰে।

3) ওপৰৰ এটাও নহয়।

Ans: কৰে।

3) ৩। খ্ৰীষ্টপূৰ্ব ৰ কিমান চন মানলৈকে মানুহে অঘৰী জীৱন যাপন কৰিছিল।

1) ১০,০০০ চন।

2) ১০.০০ চন।

3) ১০,০০০০ চন।

Ans: ১০,০০০ চন।

৪। ভাৰত বৰ্ষ এখন কি দেশ?

1) জনবহুল  দেশ।

2) সেৰেঙা দেশ।

3) ওপৰৰ এটাও নহয়।

Ans: জনবহুল  দেশ।

৫। ভাৰতবৰ্ষ এখন কি দেশ?

1) ৩ ভাগত।

2) ২ ভাগত।

3) ৪ ভাগত।

Ans: ২ ভাগত।

৭। শীতকালত উৎপাদিত শস্যক কি শস্য বোলে?

1) খাৰিফ শস্য।

2) ৰবি শস্য।

3) মাহজাতীয় শস্য।

Ans: ৰবি শস্য।

৮। ৰবি শস্যৰ উদাহৰণ হ’ল কি?

1) ঘেঁহু।

2) ধান।

3) মাকৈ।

Ans: ঘেঁহু।

৯। বাৰিষা কাল কিমান মাহৰ পৰা কিমান মানলৈ থাকে?

1) চেপ্তেম্বৰ মাহৰ পৰা নবেম্বৰ মাহলৈ।

2) জুনৰ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ।

3) আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ।

Ans: জুনৰ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ।

১০। খাৰিফ শস্য উদাহৰণ হ’ল কি?

1) কপাহ।

2) মটৰ মাহ

3) সৰিয়হ।

Ans: কপাহ।

১১।  ৰবি শস্যৰ সময় কিমান মাহৰ পৰা কিমান মাহলৈ থাকে?

1) অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ থাকে।

2) নবেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ থাকে।

3) জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ থাকে।

Ans: অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ থাকে।

১২। বাৰিষাকালত যি শস্য সিঁচা হয় সেই  শস্য বিলাকক কি শস্য বোলে।

1) মাহজাতীয় শস্য।

2) ধানজাতীয় শস্য।

3) খাৰিফ শস্য।

Ans: খাৰিফ শস্য।

১৩। সাৰ কেই প্ৰকাৰৰ?

1) ২ প্ৰকাৰৰ।

2) ৪ প্ৰকাৰৰ।

3) ৫ প্ৰকাৰৰ।

Ans: ২ প্ৰকাৰৰ।

১৪। উদ্ভিদৰ বাবে কি দ্ৰৱ অতি প্ৰয়োজন?

1) জৈৱ দ্ৰৱ

2) পোষক দ্ৰৱ।

3) ওপৰৰ এটাও নহয়।

Ans: পোষক দ্ৰৱ।

১৫। পচন কাৰ্য কিছুমান কিহৰ দ্বাৰা হয়?

1) অনুজীৱৰ দ্বাৰা।

2) ৰাসায়নিক সাৰৰ দ্বাৰা।

3) মাহজাতীয় শস্যৰ দ্বাৰা

Ans: অনুজীৱৰ দ্বাৰা।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop