জলবায়ু
-আলুশীলন-
১. বহু পচন্দৰ প্ৰশ্নৱলি –
(ক) নিম্নলিখিত গেছবোৰৰ কোনটো গেছে বায়ুমণ্ডলৰ বেছি অংশ দখল কৰি আছে ?
১) অক্সিজেন ২) নাইট্ৰ’জেন
৩) আৰ্গন ৪) কাৰ্বন-ডাই-অক্সাইড ।
উত্তৰঃ
(খ) মানুহৰ বাবে উপযোগী বায়ুমণ্ডল স্তৰটো হ’লঃ
১) স্তৰমণ্ডল ২) ট্ৰ’পমণ্ডল
৩) মেছ’মণ্ডল ৪) আয়নমণ্ডল ।
উত্তৰঃ
(গ) সাগৰৰ নিমখ, পৰাগৰেণু, ছাই, ধোৱাৰ এলান্ধু, মিহি মৃত্তিকা — এইবোৰৰ সন্মিলিত হৈ আছেঃ
১) গেছ ২) ধূলিকণা
৩) জলীয় ভাপ ৪) পপীয়া তৰা
উত্তৰঃ
(ঘ) বায়ুমণ্ডলৰ কিমান উৰ্ধ্বতম অংশত অক্সিজেন গেছৰ পৰিমাণ তেনেই নগণ্য ?
১) ৯০ কিলোমিটাৰ ২) ১২০ কিলোমিটাৰ
৩) ১০০ কিলোমিটাৰ ৪) ১৫০ কিলোমিটাৰ
উত্তৰঃ
(ঙ) নিম্নলিখিত গেছবোৰৰ মাজৰ কোনবিধ গেছ আপতিত সৌৰ বিকিৰণৰ ক্ষেত্ৰত স্বচ্ছ আৰু পাৰ্থিব ওলাই যোৱা বিকিকৰণত অস্বচ্ছ ?
১) অক্সিজেন ২) নাইট্ৰ’জেন
৩) হিলিয়াম ৪) কাৰ্বন-ডাই-অক্সাইড ।
উত্তৰঃ
(২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(ক) বায়ুমণ্ডল বুলি ক’লে কি বুজা ?
উত্তৰঃ
(খ) বতৰ আৰু জলবায়ু উপাদান সমূহ কি কি ?
উত্তৰঃ
(গ) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া ।
উত্তৰঃ
(ঘ) বায়ুমণ্ডলৰ সকলোবোৰ স্তৰৰ ভিতৰত ট্ৰপ’মণ্ডলৰ গুৰুত্ব কিয় বেছি ?
উত্তৰঃ
(৩) নিম্নলিখিত প্ৰশ্নকেইটাৰ প্ৰায় ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।
(ক) বায়ুমণ্ডলৰ উপাদানবোৰৰ বৰ্ণনা দিয়া ।
উত্তৰঃ
(খ) বায়ুমণ্ডলৰ গঠন সম্পৰ্কীয় উপযুক্ত এটা চিত্ৰ অংকন কৰা আৰু প্ৰত্যক্ষ কৰি বৰ্ণনা কৰা ।
উত্তৰঃ