🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Science Chapter 11 খাদ্য। MCQ Question Answer

Chapter 11

খাদ্য

১। ভাত ৰান্ধিবৰ বাবে আমাক কেইটা উপকৰণৰ দৰকাৰ?

(ক) ১ টা

(খ) ২ টা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ২ টা

২। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ খাদ্য কেনেকুৱা?

(ক) ভিন ভিন

(খ) একেই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভিন ভিন

৩। আমাৰ আহাৰৰ মূল উৎস কি?

(ক) উদ্ভিদ

(খ) প্ৰাণী

(গ) উদ্ভিদ আৰু পানী

উত্তৰঃ (গ) উদ্ভিদ আৰু পানী

৪। যিবোৰ প্ৰাণীয়ে উদ্ভিদ/শস্য খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

(ক) তৃণভোজী প্ৰাণী

(খ) মাংসভোজী প্ৰাণী

(গ) সৰ্বভোজী প্ৰাণী

উত্তৰঃ (ক) তৃণভোজী প্ৰাণী

৫। সিংহ আৰু বাঘে কি খায়?

(ক) উদ্ভিদ

(খ) অন্য প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অন্য প্ৰাণী

৬। যিবোৰ প্ৰাণীয়ে অইন প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

(ক) সৰ্বভোজী প্ৰাণী

(খ) মাংসভোজী প্ৰাণী

(গ) তৃণভোজী প্ৰাণী

উত্তৰঃ (খ) মাংসভোজী প্ৰাণী

৭। যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু অইন প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

(ক) মাংসভোজী প্ৰাণী

(খ) তৃণভোজী প্ৰাণী

(গ) সৰ্বভোজী প্ৰাণী

উত্তৰঃ (গ) সৰ্বভোজী প্ৰাণী

৮। আমি চেনি ক’ৰ পৰা পাওঁ?

(ক) কুঁহিয়াৰৰ পৰা

(খ) গাখীৰৰ পৰা

(গ) ওপৰৰ এটাও

উত্তৰঃ (ক) কুঁহিয়াৰৰ পৰা

৯। মৌ মাখিয়ে কৰ পৰা মৌ আহৰণ কৰে?

(ক) পানীৰ পৰা

(খ) গাখীৰৰ পৰা

(গ) ফুলৰ পৰা

উত্তৰঃ (গ) ফুলৰ পৰা

১০। এবিধ তৃণভোজী জন্তুৰ নাম কি?

(ক) বাঘ

(খ) গৰু

(গ) কুকুৰ

উত্তৰঃ (খ) গৰু

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop