SVN Class 3 Environment Chapter 8 | আধুনিক পৰিৱেশ Question and Answer |

Chapter 8

আধুনিক পৰিৱেশ

মানুহে নিজৰ স্বাৰ্থৰ বাবে যতে ততে ঘৰ দুৱাৰ আৰু ৰাস্তা-ঘাট তৈয়াৰ কৰে। পাহাৰৰ মাটি কাটি কাৰখানা স্থাপন কৰি আধুনিক বস্তু- বাহানি মানুহে তৈয়াৰ কৰে। ৰাস্তাত সৰু -বৰ গাড়ী মটৰ লানি লাগি থাকে। বিভিন্ন ধৰণৰ কাৰ্য্যালয় আৰু অনুষ্ঠান গঢ়ি এইদৰেই মানুহে আধুনিক পৰিৱেশ সৃষ্টি কৰোঁতে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হয়। এনে পৰিৱেশ স্বাস্থ্য সন্মত নহয়। আধুনিক জীৱন প্ৰণালীয়েই পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ।

১। আধুনিক পৰিৱেশ মানুহে কেনেকৈ গঢ়ি তোলে?

উত্তৰঃ বিভিন্ন ধৰণৰ কাৰ্য্য়ালয় আৰু অনুষ্ঠান গঢ়ি মানুহে আধুনিক পৰিৱেশ সৃষ্টি কৰে।

২। আধুনিক পৰিৱেশ সৃষ্টি কৰোতে কি ধ্বংস হয়?

উত্তৰঃ আধুনিক পৰিৱেশ সৃষ্টি কৰোতে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হয়।

৩। পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ কি?

উত্তৰঃ আধুনিক জীৱন প্ৰণালীয়েই পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop