তথ্য় সংগ্ৰহ আৰু ব্য়ৱহাৰ অনুশীলনী-১৫ | Chapter 15 | SVN Class 4 Maths Question & Answer Solutions For Assam |

Chapter 15

তথ্য় সংগ্ৰহ আৰু ব্য়ৱহাৰ

১।        এখন চিৰিয়াখানাত থকা অন্য়ান্য় জীৱ-জন্তুৰ লগতে থকা কেইবিধমান জীৱ-জন্তুৰ সংখ্য়া তলত দিয়া হ’ল

জীৱ-জন্তুৰ নামসংখ্য়া
বাঘ
হাতী
গঁড়
বান্দৰ১২
জিৰাফ

            ওপৰৰ তথ্য়ৰ ভিত্তিত দণ্ড চিত্ৰ অংকন কৰা।

২।        এটা শ্ৰেণীত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ কিমানজনে আটাইতকৈ কি বিষয় ভাল পায় তাৰ সংখ্য়া তলত দিয়া হ’ল

কি বিষয় ভাল পায়কিমানে ভাল পায়
অসমীয়াগণিতনীতি শিক্ষাহিন্দীসংস্কৃতইংৰাজী১০১১

            এইখিনি তথ্য়ৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।

৩।       এখন নিকেনতৰ এটা শ্ৰেণীৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি খেল ভাল পায় তলত উল্লেখ কৰা হ’ল (ফুটবলৰ বাবে F, ক্ৰিকেটৰ বাবে C, বেদমিণ্টনৰ বাবে B, ভলীবলৰ বাবে V, টেবুল চেনিছৰ বাবে T)

F B T V F F C

C F C C V V T

F C T T C C V

C V F B F T F

B T B C T B F

            ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তিত দাগহ্ন তালিকা প্ৰস্তুত কৰা।

            খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।

৪।        এখন নিকেতনৰ এটা শ্ৰেণীৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি ৰং ভাল পায় তলত উল্লেখ কৰা হ’ল। (ৰঙাৰ বাবে R, নীলাৰ বাবে B, হালধীয়াৰ বাবে Y, কমলাৰ বাবে O, সেউজীয়াৰ বাবে G)

B R B Y O O G R

G O R Y O R B G

Y B O G B O R B

B Y B B R O B Y

R R B Y B Y O R

            ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তি দাগচিহ্ন তালিকা প্ৰস্তুত কৰা।

            খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop