🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SEBA Class 9 Maths Solution Chapter 1। সংখ্য়া প্ৰণালী। অনুশীলনী 1.4 Question Answer

অনুশীলনী 1.4

1. ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্য়াটো সংখ্য়া ৰেখাত প্ৰদৰ্শন কৰা।

সমাধানঃ এতিয়া ক্ৰমান্বয়ে পৰিৱৰ্তন পদ্ধতি দ্বাৰা অগ্ৰসৰ হব লাগিব পৰিৱৰ্তন পদ্ধতি দ্বাৰা দেখা যায় যে 3.765, 3 আৰু 4 মধ্য়ৱতী। বন্ধ অন্তৰাল (3,4)— ক দহটা ভাগত ভাগ কৰা হল আৰু এটা পৰিবধন কাঁচৰ মাধ্য়মেতে [3.7, 3.8] চোৱা হল।

2. 4.26 সংখ্য়াটো চতুৰ্থ দশমিক স্থানলৈ সংখ্য়াৰেখাত প্ৰদৰ্শন কৰা।

সমাধানঃ এতিয়া ক্ৰমান্বয়ে পৰিৱধন পদ্ধতিৰ দ্বাৰা অগ্ৰসৰ হলে দেখা যায় যে 4.2626…. 4 আৰু 5 ৰ মাজৰ অৱস্থিত অৰ্থাৎ ই বন্ধ অন্তৰাল [4,5]— ত অন্তভূক্ত। [4,5] বন্ধ আন্তৰালটোক ভাগত ভাগ কৰি পৰিৱধৰ্ন কাঁচেৰে [4.2, 4.3]। এইকেইটা [4.2, 4.3] ক দহটা ভাগত ভাগ কৰি [4. 26, 4.26 3 [4.26, 4.27] ক পৰিৱধন কাঁচেৰে চাই [4.26, 4..27] আন্তৰালক আকৌ দহটা ভাগত ভাগ কৰি [4.262,4.263] আন্তৰালটো হ’ল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop