🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

লিখনি আৰু নগৰীয়া জীৱন | অধ্যায় ২ | Class 11 History Question and Answer Assam | HS 1st Year History Chapter 2 Question and Answer Assamese Medium Solution | HS 1st Year History Lesson 2 Question and Answer Assamese Medium Question and Answer Notes and Suggestion |

অধ্যায় ২

লিখনি আৰু নগৰীয়া জীৱন

১। অতি চমু উত্তৰ লিখা ঃ

(ক) জুইৰ ব্যৱহাৰৰ নিদৰ্শন কিমান লাখ বছৰৰ পূৰ্বে পোৱা হৈছে?

উত্তৰঃ

(খ) মৌৰ্য্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?

উত্তৰঃ

(গ) ‘On the origin of Species’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ

(ঘ) স্পেইনৰ আলটামিৰা গুহাটো কোন চনত আৱিষ্কাৰ হয়?

উত্তৰঃ

(ঙ) মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ

(চ) স্বাধীন বেবিলনৰ শেষৰ জনা ৰজা কোন আছিল?

উত্তৰঃ

(ছ) কেতিয়াৰ পৰা ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ

(জ) আলেকজেণ্ডাৰে কেতিয়া বেবিলন আক্ৰমণ কৰিছিল?

উত্তৰঃ

(ঝ) জীৱাশ্ম কি?

উত্তৰঃ

(ঞ) প্ৰইমেটসকল কোন গোটৰ অন্তৰ্ভুক্ত?

উত্তৰঃ

২। চমু উত্তৰ লিখাঃ

ক) সঁজুলি তৈয়াৰ কৰাত প্ৰয়োজন হোৱা উপাদান সমূহৰ (input) এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

খ) মানুহ আৰু বান্দৰ বা বন মানুহৰ দৰে স্তন্যপায়ী জীৱৰ মাজত দৈহিক আৰু আচাৰ-ৱ্যৱহাৰৰ কিছুমান সাদৃশ্য আছে। এই কথাই ইঙ্গিত দিয়ে যে মানুহ সম্ভৱ বন মানুহৰ পৰা বিৱৰ্তিত হৈছে। ক) আচৰণ আৰু খ) দৈহিক গঠন 一এই দুটা শিতানত ভাগে ভাগে সামঞ্জস্য সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

গ) মানুহৰ আবিৰ্ভাৱৰ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিৰ (regional Continuity model) সমৰ্থনত আগবঢ়োৱা যুক্তিবোৰ আলোচনা কৰা। তুমি ভাবা নেকি যে ই পুৰাতাত্বিক সমলৰ ওপৰত পতিয়ন যাব পৰা ব্যাখ্যা দাঙি ধৰে।

উত্তৰঃ

ঘ) ক) ফল-মূল সংগ্ৰহ, খ) সঁজুলি নিৰ্মাণ, গ) জুইৰ ব্যৱস্থা; এই কেইটাৰ ভিতৰত কোনটো পুৰাতাত্বিক অভিলেখত আটাইতকৈ বেছিকৈ উল্লেখিত হয়?

উত্তৰঃ

ঙ) আমি কিয় কওঁ যে প্ৰাকৃতিক সাৰ আৰু উচ্চ হাৰৰ খাদ্য উৎপাদন প্ৰাচীন নগৰীয়া জীৱনৰ একমাত্ৰ কাৰণ নহয়?

উত্তৰঃ

চ) তলত দিয়া বিলাকৰ প্ৰাচীন নগৰ স্থাপনৰ বাবে কোনবোৰ প্ৰয়োজনীয় চৰ্ত, আৰু কোনবোৰ কাৰকৰ প্ৰয়োজন, আৰু নগৰীয়া পৰিৱেশৰ ফলাফলনো কোনবোৰ বাছি উলিওৱা ፦ (ক) উচ্চ হাৰত খাদ্য দ্ৰব্যৰ উৎপাদন (খ) জলপথ, (গ) ধাতু আৰু পাথৰৰ অভাব, (ঘ) শ্ৰমৰ বিভাজন, (ঙ)মোহৰৰ ব্যৱহাৰ (চ)ৰজাৰ সামৰিক শক্তি বৃদ্ধি আৰু তাৰ ফলত শ্ৰম বাধ্যতামূল কৰণ।

উত্তৰঃ

ছ) অঘৰী পশুপালকবোৰ কিয় নগৰীয়া জীৱনৰ বাবে বিপদজনক নহয়?

উত্তৰঃ

জ) কিয় প্ৰাচীন মন্দিৰবোৰ দেখিবলৈ প্ৰায় ঘৰৰ দৰেই?

উত্তৰঃ

৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ

ক) (ক) চিকাৰ আৰু (খ) আশ্ৰয়স্থল নিৰ্মাণত ভাষাৰ প্ৰয়োগে কিমান দূৰ সুবিধা কৰিব পাৰিলেহেঁতেন আলোচনা কৰা।

উত্তৰঃ

খ) পাঠৰ শেষত দিয়া সময়ৰেখা ১ আৰু ২ প্ৰত্যেকৰ পৰা দুটাকৈ ঘটনা বাছি উলিওৱা আৰু লিখা যে, কিয় সেই কেইটা তাৎপৰ্য্যপূৰ্ণ হ’ল।

উত্তৰঃ

গ) ‘মানুহ সম্ভৱ বনমানুহৰ পৰা বিৱৰ্তিত হৈছেট’一 ব্যাখ্যা কৰা।

উত্তৰঃ

ঘ) নগৰীয়া জীৱন আৰম্ভৰ লগে লগে যিবোৰ নতুন অনুষ্ঠান গঢ়ি উঠিছিল, সেইবোৰৰ কোনবোৰ ৰজাব উদ্যমৰ ওপৰত নিৰ্ভৰশীল আছিল?

উত্তৰঃ

ঙ) প্ৰাচীন কাহিনীবোৰে মেছোপটেমিয়া সভ্যতাৰ বিষয়ে কি কয়?

উত্তৰঃ

চ) এখন নগৰ স্থাপনৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ বৰ্ণনা কৰা।

উত্তৰঃ

ছ) প্ৰাচীন নগৰীয়া জীৱনৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

উত্তৰঃ

জ) হাডজাসকলৰ জীৱন প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৪। চমু টোকা লিখাঃ

(ক) আদিম মানৱৰ সঁজুলি নিৰ্মাণ।

উত্তৰঃ আদিম মানৱৰ সঁজুলি নিৰ্মাণ-

(খ) মেছোপটেমিয়া

উত্তৰঃ

(গ) বাৰ্খা শিৰ

উত্তৰঃ

(ঘ) নগৰীয়া শিল্প-কৃতি হিচাপে মোহৰ

উত্তৰঃ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop