অষ্টম অধ্যায়
কবীৰঃ সংমিশ্ৰণবাদ/সমন্বয়বাদ
Kabir: Syncretism
প্ৰশ্নাৱলী
[A] (Objective Type Questions):
১। কবীৰে চিকন্দ্ৰৰ শ্বাহৰ শাসনকালত বসবাস কৰিছিল। শুদ্ধ নে অশুদ্ধ লিখা
Kabir lived during the reign of Sikandar Lodhi. Write true of False.
২। কবীৰৰ গুৰু আছিল
The name of Kabir’s teacher was
(ক) Abul Fazl
(খ) Nima
(গ) Ramananda
(ঘ) Rama
৩। তলৰ কোনখন কবীৰৰ গ্ৰন্থ নহয়?
Which of the following of the book is not written by Kabir?
(ক) Adi Granth
(খ) Bijak
(গ) Granthawali
(ঘ) Doha
8। কবীৰৰ কবিতাসমূহক কি নামেৰে জনা যায়?
Kabir’s poems are known as
(ক) Bijak
(খ) Borgeet
(গ) Doha
(ঘ) Paheli
৫। কবীৰে মূৰ্তি পূজাৰ বিৰোধ কৰিছিল
Kabir rejected Idol worship
(ক) True
(খ) False
৬। কবীৰ জাতি ব্যৱস্থাৰ সমৰ্থক আছিল।
Kabir was supporter of caste system.
(ক) True
(খ) False
৭। বীজক নামক গ্ৰন্থখনত কেইটা ভাগ আছিল?
How many parts are there in ‘Bijak”?
(ক) 2
(খ) 3
(গ) 4
(ঘ) 5
৮। हfर मोर पीउ (পিউ)
HARI MOR PIU ME
ইয়াত ‘পিউ’ শব্দটোৱে কি বুজাইছে?
What does the word ‘PIU’ mean for?
(ক) প্রিয়া
(খ) মা
(গ) অন্তৰ
(ঘ) বোৱাৰী
৯। কবীৰৰ আদৰ্শ ৰাষ্ট্ৰৰ নাম আছিল—
The name of Kabir’s Ideal State was
(ক) Begumpura
(খ) Sabahpura
(গ) Amardeva
(ঘ) Doha
[B] চমু উত্তৰ লিখা
১। কবীৰৰ আদৰ্শ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য লিখা।
Write two features of Kabir’s Ideal State.
২। কবীৰৰ চিন্তাধাৰাৰ বিৰুদ্ধে থকা দুটা সমালোচনা লিখা। Write two criticism against Kabir’s thought.
৩। কবীৰে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
Write two name of book written by Kabir.
8। HINDU KAHE MOHI RAM PYARA
TURK KAHE RAHMANA
দোহাফাকিৰ অৰ্থ লিখা।
[C] Short Notes
১। বেগমপুৰা
Begampura
২। কবীৰৰ আদৰ্শ ৰাষ্ট্ৰ
Kabir’s Ideal State
৩। সামাজিক অসমতা সম্পৰ্কত কবীৰ
Kabir on Social Inequality
8। কবীৰৰ সমন্বয়বাদ
Syncretism of Kabir
৫। কবীৰৰ সাৰ্বভৌমত্ব সম্পর্কে ধাৰণা
Kabir on Sobereignty.
[D] Essay Type Questions:
১। সমন্বয়বাদ কি? ভাৰতৰ সমন্বয়বাদী সংস্কৃতিৰ বিকাশত কবীৰে কিদৰে সহায় কৰিছিল?
What is Syncretism? In what ways Kabir strengthened the Syncretic culture in India.
২। কবীৰৰ ‘বীজক’ গ্ৰন্থত থকা সমন্বয়বাদ ধাৰণাটো আলোচনা কৰা।
Discuss syncretism in Kabir’s Bijak.
৩। কবীবৰ সমতাৰ ধাৰণাটো ব্যাখ্যা কৰা।
Discuss Kabir’s concept of Equality.
Question Type-Bhabesh Bora.