🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা?

উত্তৰঃ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য হ’ল- ( ক ) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা । ( খ ) নিয়োগৰ সা – সুবিধা বৃদ্ধি কৰা । ( গ ) দৰিদ্ৰতা নির্মূল কৰা ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop