🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Solution Assamese Medium | HS 2nd year Geography | Chapter 2 | অধ্যায় 2 | তথ্যৰ প্ৰক্ৰমণ | প্ৰশ্ন উত্তৰ |

দ্বিতীয় অধ্যায়

তথ্যৰ প্ৰক্ৰমণ

অনুশীলনীঃ

১। দিয়া থকা উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) শেষৰ মূল্য দুটাৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱা কেন্দ্রীয় প্ৰবৃত্তিৰ জোখটো হ’ল-

(ক) গড়

(খ) গড় আৰু ম’ড

(গ) ম’ড

(ঘ) মধ্যমা

উত্তৰঃ

(ii) যি কোনো বিতৰণৰ কুজৰ লগত একে হোৱা কেন্দ্রীয় প্রবণতা কোনটো ও

(ক) মধ্যমা

(খ) মধ্যমা আৰু বহুলক

(গ) গড়

(ঘ) মধ্যমা

উত্তৰঃ

(iii) প্রকীর্ণ নক্সা ঋণাত্মক সহ-সম্বন্ধ কোৱা হব, যদিহে বহুওৱা মূল্যবোৰৰ গতি

(ক) ওপৰৰ বাওঁফালৰ পৰা তলৰ সোঁফাললৈ হয়

(খ) তলব বাওঁফালৰ পৰা ওপৰ সোঁফাললৈ হয়

(গ) বাওঁফালৰ পৰা সোঁফাললৈ

(ঘ) ওপৰ সোঁফালৰ পৰা তলৰ বাওঁফাললৈ হয়।

উত্তৰঃ

২। ৩০টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(i) গড় কাক বোলে সূত্র লিখা।

উত্তৰঃ

(ii) বহুলক ব্যৱহাৰ কৰাৰ সুবিধাবোৰ কি?

উত্তৰঃ

(iii) সিঁচৰতি (dispersion) মানে কি?

উত্তৰঃ

(iv) সহ-সম্বন্ধ কাক বোলে?

উত্তৰঃ

(v) প্রকৃত (perfect) সহ-সম্বন্ধ কি?

উত্তৰঃ

(vi) সহ-সম্বন্ধ অতি বেছি কিমান হ’ব পাৰে?

উত্তৰঃ

৩। ১২৫টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(i) চিত্ৰৰ সহায়ত সাধাৰণ (normal) আৰু স্কিউড্ (skewed) বিতৰণত, গড় মধ্যমা আৰু বহুলকৰ তুলনামূলক (relative) অৱস্থান ব্যাখ্যা কৰা।

উত্তৰঃ

(ii) গড় মধম্যা আৰু বহুলকৰ ব্যৱহাৰিতাৰ (applicability) ওপৰত মতামত দিয়া (ইঙ্গিত hint : সিহঁতৰ সুবিধা আৰু অসুবিধাবোৰৰ পৰা)

উত্তৰঃ

(iii) এটা কাল্পনিক উদাহৰণৰ সহায়ত প্ৰামাণিক বিচলনৰ (S.D) মান আঁতৰণ গণনা কৰা কাৰ্যটো ব্যাখ্যা কৰা।

উত্তৰঃ

(iv) সিঁচৰতি (dispersion) কোনটো জোখ আটাইতকৈ বেছি অস্থিৰ আৰু কিয়?

উত্তৰঃ

(v) সহ-সম্বন্ধ জোখ (degree) ৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ

(vi) মান-সহ-সম্বন্ধ (ran corrlation) গণনা কৰিবলৈ যাওঁতে কোনবোৰ পদক্ষেপ (steps) লব লাগে?

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop