🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 15 | মানচিত্ৰ | MCQ Question Answer Solution |

মানচিত্ৰ

Chapter – 15

১। যোগাযোগ ব্যবস্থাৰ এটা অতি পুৰণি আৰু প্ৰাথমিক ব্যৱস্থা হৈছে ?

(ক) মোবাইল

(খ) টেলিফোন

(গ) মানচিত্ৰ

উত্তৰঃ (গ) মানচিত্ৰ।

২। মানচিত্ৰ অংকণ মানি চলা বিজ্ঞান হ’ল –

(ক) কল্পনা

(খ) কাৰ্ট’গ্ৰাফ

(গ) প্ৰকাৰ

উত্তৰঃ (খ) কাৰ্ট’গ্ৰাফ।

৩।তলৰ চিহ্নটো কোনটো বুজাবলৈ ব্যবহাৰ কৰা হয়

(ক) ঘৰ

(খ) বিদ্য়ালয়

(গ) ৰাষ্ট্ৰ

উত্তৰঃ (গ) ৰাষ্ট্ৰ।

৪। ভূপৃষ্ঠৰ ১০০ কিল’মিটাৰ দূৰত্বক আমি মানচিত্ৰত কিমান চেমিৰ দূৰত্বত দেখুৱাব পাৰিব ?

(ক) ১ ছেমি

(খ) ২ ছেমি

(গ) ৪ ছেমি

উত্তৰঃ (ক) ১ ছেমি।

৫। তলৰ কোনটো চিহ্ন জিলাৰ সীমা বুজাবলৈ ব্যৱহাৰ কৰা হয় ?

(ক) এইটো হয় নে

(খ) এইটো হয় নে

(গ) এইটো হয় নে

উত্তৰঃ (খ) ।

৬। তলৰ কোনটো মানচিত্ৰত ব্য়ৱহাৰ নহয় ?

(ক) স্কেল

(খ) দিশ

(গ) পানী

উত্তৰঃ (গ) পানী।

৭। মাপনীৰ আন এটা নাম কি ?

(ক) পানী

(খ) স্কেল

(গ) ৰাডাৰৰ

উত্তৰঃ (খ) স্কেল।

৮। কিহৰ জৰিয়তে ডিজিটেল মেপ দেখুৱাব পাৰি ?

(ক) GPS

(খ) GHP

(গ) GPD

উত্তৰঃ (ক) GPS।

৯। ইংৰাজীত উপগ্ৰহটোক কি বোলা হয় ?

(ক) Redar

(খ) Survey

(গ) Satelite

উত্তৰঃ (গ) Satelite।

১০। মানচিত্ৰক কেইভাগত ভগাব পাৰি ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

১১। কোনে মানচিত্ৰ অংকণ কৰিবলৈ জন্তুৰ ছাল ব্য়ৱহাৰ কৰিছিল ?

(ক) বেবিলনীয়সকলে

(খ) ইজিপ্তৰ বাসিন্দা

(গ) এস্কিম’সকলে

উত্তৰঃ (গ) এস্কিম’সকলে।

১২। কাৰ্ট’গ্ৰাফিৰ পিতৃস্বৰূপ কোন আছিল ?

(ক) আলেকজেণ্ডাৰ

(খ) লুই পেষ্ট

(গ) ট’লেমি

উত্তৰঃ (গ) ট’লেমি।

১৩। ইজিপ্তৰ মানুহে মানচিত্ৰ অংকণ কৰিবলৈ কি ব্য়ৱহাৰ কৰিছিল ?

(ক) মাটি

(খ) ধাতু

(গ) জন্তুৰ ছাল

উত্তৰঃ (খ) ধাতু।

১৪। ট’লেম কোন দেশৰ বাসিন্দা আছিল ?

(ক) আমেৰিকা

(খ) ইজিপ্ত

(গ) জাপান

উত্তৰঃ (খ) ইজিপ্ত।

১৫। তলৰ কোনটো মানচিত্ৰৰ ভাগ নপৰে ?

(ক) প্ৰাকৃতিক

(খ) বিষয়ভিত্তিক

(গ) মানৱভিত্তিক

উত্তৰঃ (গ) মানৱভিত্তিক।

Type By – Kishor Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop