🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 2 বনকুঁৱৰী Question & Answer |

অধ্য়ায়- ২

বনকুঁৱৰী

ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

ক) ৰমন্যাসবাদী সাহিত্যত প্ৰধানকৈ কি কি দিশৰ প্ৰতিফলন ঘটে?

উত্তৰঃ

খ) জোনাকী কাকতখন ক’ৰ পৰা প্ৰকাশ পাইছিল ? 

উত্তৰঃ

গ) ৰোমাণ্টিক সাহিত্যৰ ঘাই উপজীব্য কি?

উত্তৰঃ

প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নির্ণয় কৰক—

ক) পৰিচ্ছন্ন বিন্যাস, সুস্পষ্ট অভিব্যক্তি, ভাবৰ গাম্ভীৰ্য আদি ৰোমাণ্টিক সাহিত্যৰ লক্ষণ।

উত্তৰঃ

খ) লক্ষ্মীনাথ বেজবৰুৱা জোনাকীৰ প্ৰথমগৰাকী সম্পাদক।

উত্তৰঃ

গ) আনন্দচন্দ্ৰ আগৰৱালাৰ ‘ফুল কোঁৱৰ’ সাহিত্যিক মালিতাৰ এক উৎকৃষ্ট উদাহৰণ ।

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘ৰোমাণ্টিছিজম্’ মানে কি? চমুকৈ লিখক।

উত্তৰঃ

প্রশ্ন ২ : চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্যকৃতিৰ চমু পৰিচয় দাঙি ধৰক ।

উত্তৰঃ

প্রশ্ন ৩ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক –

(ক) গহীন গছত বতাহৰ ছাটি

                        পাত কঁপে থৰ থৰ,

        হাবিৰ মাজৰ পৰা কোনেনো বা 

                        ‘মাতি উঠে ‘মৰ মৰ?’

উত্তৰঃ

(খ) অকণি ছোৱালী – যক্ষিণী কন্যা 

                     এফেৰি ফুলৰে পাহি

      জানৰ কাণত পানী খুৱাইছে           

                     হৰিণা পোৱালি লাহি।

উত্তৰঃ

গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ৰোমাণ্টিক কবিতা সম্পর্কে বহলাই আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ‘বনকুঁৱৰী’ কবিতাটিৰ বিষয়বস্তুৰ আভাস দাঙি ধৰি মূলভাব বৰ্ণনা কৰক ।

উত্তৰঃ

প্রশ্ন ৩ : ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্বন্ধ কেনেদৰে চিত্রায়িত কৰিছে বুজাই লিখক ।

উত্তৰঃ

প্রশ্ন ৪ : ‘বনকুঁৱৰী’ কবিতাটি এটি সার্থক অসমীয়া ৰোমাণ্টিক কবিতা হিচাপে প্ৰতিপন্ন কৰক।

উত্তৰঃ

Type By- Janmoni Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop