BA 2nd Semester নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 12 কেলিগোপাল

শংকৰেদৱ ঃ কেলিগোপাল

অধ্য়ায়- ১২

ক) বস্তুধর্মী প্রশ্ন

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক— 

ক) অংকীয়া নাটত দৰ্শক আৰু চৰিত্ৰৰ মধ্যস্থ ব্যক্তি কোন?

উত্তৰঃ

খ) অংকীয়া নাটৰ মূল ৰস কি ?

উত্তৰঃ

গ) ‘ব্ৰজাৱলী’ কোনো বিশেষ অঞ্চলৰ হুবহু কথিত ভাষা হয়নে ?

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : ‘অংকীয়া নাট’ৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰি সেইবোৰৰ প্ৰতিটোৰে চমু আভাস দিয়ক।

উত্তৰঃ

প্রশ্ন ২ঃ কেলিগোপাল নাটত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমা কিদৰে প্ৰকাশিত হৈছে বিশ্লেষণ কৰক।

উত্তৰঃ

প্রশ্ন ৩ঃ প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক—-(ক) হামু অভাগিনী স্বামী কৃষ্ণত কোন মান নসাধল ? কৃষ্ণে বুকে বান্ধি আমাক ফুৰাৱল, সে গৰ্ব্বে অন্ধ ভৈলো; কৃষ্ণ কান্ধ বগাইতে গেলো ! সে অপৰাধে বান্ধৱ শ্ৰীকৃষ্ণে হামাক ছাৰি কোন ভিত্তি গেল, ইহা নাহি জানো।

উত্তৰঃ

(খ) প্রাণ গোপাল পিউ                           বিনে নাহি ৰহ জীউ                                  

বিৰহ-দহনু দহে প্রাণ।        

কৰত বিলাপ                                     গোপালগুণ গাৱে
                              
কৃষ্ণ কিংকৰ গুণ গান।।

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘অংকীয়া ভাওনাৰ আৰ্হি সংস্কৃত নাটক হ’লেও, ৰচনাৰীতি আৰু অভিনয় কৌশল বহু পৰিমাণে স্বতন্ত্র’ – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ‘অংকীয়া নাট’ৰ উদ্ভৱ আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰক ।

উত্তৰঃ

প্রশ্ন ৩ঃ ‘অংকীয়া নাটৰ সূত্ৰধাৰ একাধাৰে গায়ক, নর্তক, পৰিস্থিতি ব্যাখ্যাকাৰী আৰু অভিনয় পৰিচালক’— কেলিগোপল নাটৰ আধাৰত উক্তিটোৰ যথাৰ্থতা প্ৰতিপন্ন কৰক।

উত্তৰঃ

প্রশ্ন ৪ : কেলিগোপাল নাটৰ আলমত অংকীয়া নাটৰ ভাষাৰ বিষয়ে এটি আলচ যুগুত কৰক।

উত্তৰঃ

Type By- Janmoni Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping