🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 14 ৰচনা আৰু ভাব সম্প্ৰসাৰণ Question & Answer |

ৰচনা আৰু ভাব সম্প্ৰসাৰণ

অধ্য়ায়- ১৪

প্রশ্ন ১ : তলত দিয়া বিষয়সমূহক লৈ একোখনি ৰচনা লেখক—

(ক) অসমৰ প্ৰাকৃতিক সম্পদ,  (খ) অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়, (গ) অসমৰ লোক-সাহিত্য, (ঘ) বাতৰিকাকত,  (ঙ) বৈদ্যুতিন মাধ্যম আৰু সমাজত ইয়াৰ প্রভাব, (চ) বেচৰকাৰী সংগঠন আৰু সমসাময়িক সমাজ, (ছ) উচ্চশিক্ষা আৰু মুক্ত বিশ্ববিদ্যালয়, (জ) ছাত্র আৰু সমাজনীতি, (ঝ) অসমৰ মঠ-মন্দিৰ, (ঞ) ড° ভূপেন হাজৰিকা আৰু অসমৰ সংগীত জগত, (ট) জ্যোতিপ্ৰসাদ — অসমৰ বৰ সংস্কৃতিৰ স্রষ্টা, (ঠ) ২০১০ বিশ্বকাপ ফুটবল, (ড) কম্পিউটাৰ শিক্ষা আৰু আধুনিক প্রযুক্তিবিদ্যা, (ণ) মুক্ত অর্থনীতি আৰু ভাৰতবৰ্ষৰ বিত্তীয় অৱস্থা, (৩) সন্ত্রাসবাদ আৰু ভাৰতবৰ্ষৰ পূৰ্বোত্তৰ ৰাজ্যসমূহ, (থ) গ্ৰন্থ আন্দোলনত পঢ়ুৱৈৰ ভূমিকা।

উত্তৰঃ

প্রশ্ন ২ : তলৰ জতুৱা খণ্ডবাক্যবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰক- অগুণ কাঢ়; আঠু ল; কঁকাল ভাঙ; কাণ দে, গা এৰা দে; ঘৰ পাত; চকু মুদা; মুখৰ ছাই গুচা; হাত উজান দে; হাত দীঘল, মূৰে ভৰি কাঢ়, পেট-ভাটো; বুকুৱে ধান বনা; ভৰিত পৰ, কাঠ সংস্কাৰ কৰ; আকাশ-কুসুম কল্পনা কৰ, ডলাৰ বগৰী, ফুটা-কড়ি; অপাৰ- সমুদ্র; উধনীয়া ভেম; একৈয়া-বোটলা; কণাৰ দলি, ধনঞ্জয় বায়ু; পাবত গজা, পানীৰ মিঠৈ; উঠিৰজা বহিজা; ভলুকা গজালি; মঠ ধৰা; মকৰা হিচাপ; মাকো মাৰা

উত্তৰঃ

প্রশ্ন ৩ : তলত দিয়া উদ্ধৃতিসমূহৰ ভাব সম্প্ৰসাৰণ কৰক— 

ক) শ্ৰম সিদ্ধিৰ অমোঘ মন্ত্র।

খ) বুঢ়াৰ কথা নুশুনা ডেকা, টানত পৰি কিয় কেঁকা। 

গ) ফটা কথা তিতে মানে গালৈহে গধুৰ ।

উত্তৰঃ

প্রশ্ন ৪ : তলত উল্লেখ কৰা পাঠ দুটিৰ ভাব সংকোচন কৰক – 

ক) উপন্যাসৰ দৰে চুটি গল্পত একোটা চৰিত্ৰৰ পূৰ্ণাঙ্গ চিত্ৰণ সম্ভৱ নহয়। চুটি গল্পত জীৱনৰ খণ্ড চিত্ৰক কম পৰিসৰৰ মাজতে মূৰ্ত কৰি তোলা হয়। গতিকে চুটি গল্পত চৰিত্ৰ একোটা ফুটাই তুলিব লাগিব সেই কম পৰিসৰৰ মাজত। চুটি গল্পত চৰিত্ৰ একোটাৰ আদিৰে পৰা অন্তলৈকে সকলো কথা বিস্তাৰিতভাৱে বৰ্ণনা নকৰি তেওঁৰ জীৱনৰ কোনো এটা দিশৰ ওপৰত আলোকসম্পাত কৰি সেই দিশটো ভালদৰে ফুটাই তোলা হয়। ঘটনা এটা আগবঢ়াই নিবলৈ বা পৰিৱেশ ফুটাই তুলিবলৈ যিখিনি ভূমিকাৰ প্ৰয়োজন হয়, ঠিক সেইখিনি ভূমিকাকে চৰিত্ৰ একোটাত দিয়া হয়। সেইখিনিৰ মাজেৰে চৰিত্ৰটো উদ্ভাসিত হৈ উঠিব লাগিব । 

খ) তযু সৃষ্টিৰ স্বচ্ছতা

                ঘোলা কৰি,

    মহা-মহৰ উচ্চতা

                ঢাকি ধৰি,

    হীন-নীচতাৰ আছে যি জাহি-জাবৰ, 

    সাৰি-পুছি মই কৰি তোলো মনোহর।

উত্তৰঃ

Type By- Janmoni Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop