🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

BA 3rd Semester Assamese অসমীয়া ব্য়াকৰণ KKHSOU | Assamese অসমীয়া ব্য়াকৰণ Chapter 4 ৰূপতত্ত্ব – সাধাৰণ পৰিচয় Question & Answer |

ৰূপতত্ত্ব – সাধাৰণ পৰিচয়

অধ্য়ায়-৪

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক-

ক) মুক্তৰূপবোৰক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে?

উত্তৰঃ

খ) বদ্ধৰূপ কাক বোলে ?

উত্তৰঃ

গ) শব্দ বুলি ক’লে কি বুজে ?

উত্তৰঃ

প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক-

ক) লিংগ, বচন, পুৰুষ কেনেদৰে নিৰ্ণয় কৰা হয়, এইবোৰে শব্দৰ গঠনত কেনে পৰিৱৰ্তন সাধন কৰে সেই বিষয়েও ৰূপতত্ত্বত আলোচনা কৰা হয়।

উত্তৰঃ

খ) ৰূপ আৰু প্ৰাকৃতিৰ মাজত কোনো পার্থক্য নাই।

উত্তৰঃ

চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ৰূপ বা আকৃতি সম্পর্কে এটি টোকা লিখক।

উত্তৰঃ

প্রশ্ন ২ : অক্ষৰ মানে কি বুজাই লিখক।

উত্তৰঃ

প্রশ্ন ৩ : উপাকৃতি সম্পর্কে চমুকৈ আলোচনা কৰক ।

উত্তৰঃ

ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ৰূপতত্ত্ব বুলিলে কি বুজায় ? ভাষা একোটাত প্ৰয়োগ হৈ থকা প্ৰাকৃতি বা ৰূপবোৰক কি কি শ্ৰেণীত ভগাব পাৰি বহলাই আলোচনা কৰক।

উত্তৰঃ

প্রশ্ন ২ : শব্দ মানে কি? শব্দৰ শ্ৰেণীবিভাজন কৰি সেই বিষয়ে বহলাই আলোচনা আগবঢ়াওক ।

উত্তৰঃ

প্রশ্ন ৩ : আকৃতি-প্রাকৃতি-উপাকৃতিৰ মাজৰ সম্পৰ্ক কি বুজাই লিখক।

উত্তৰঃ

প্রশ্ন ৪ : ৰূপতত্ত্বৰ অধ্যয়নৰ পৰিসৰ সম্বন্ধে এটা প্ৰবন্ধ লিখক।

উত্তৰঃ

প্রশ্ন ৫ : প্রাকৃতিৰ বৈশিষ্ট্যসমূহ কি কি? প্রাকৃতি কেনেদৰে নিৰ্ণয় কৰা হয় উদাহৰণসহ বুজাই লিখক ।

উত্তৰঃ

Type By- Bikash Bora

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop