🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

উদ্ভিদ আৰু ইয়াৰ অংগসমূহ | AJB Class 6 Science Chapter 7 | MCQ Question Answer Solution |

উদ্ভিদ আৰু ইয়াৰ অংগসমূহ

Chapter-7

(১) উদ্ভিদ কেইপ্ৰকাৰ

(ক) ৪

(খ) ৩

(গ) ২

উত্তৰঃ (গ) ২।

(২) তলত দিয়া উদ্ভিদবোৰৰ ভিতৰত অপুষ্পক উদ্ভিদবিধ হল

(ক) আদা

(খ) কঠাঁল

(গ) ঢেকীয়া

উত্তৰঃ (গ) ঢেকীয়া।

(৩) তলত দিয়াবোৰৰ কোনটো কাণ্ড নহয়

(ক) আলু

(খ) গাজৰ

(গ) হালধী

উত্তৰঃ (খ) গাজৰ।

(৪) সিৰাবিন্যাস কেইপ্ৰকাৰ

(ক) ৩

(খ) ২

(গ) ৪

উত্তৰঃ (খ) ২।

(৫) সমান্তৰাল সিৰা পোৱা যায়

(ক) কলপাতত

(খ) আমৰ পাতত

(গ) আহঁত গছৰ পাতত

উত্তৰঃ (ক) কলপাতত।

(৬) সেউজীয়া পাতত কি পদাৰ্থ থাকে

(ক) পত্ৰহৰিৎ

(খ) পত্ৰৰন্ধ্ৰ

(গ) সালোকসংশ্লেষণ

উত্তৰঃ (ক) পত্ৰহৰিৎ।

(৭) পাতত কেইপ্ৰকাৰৰ সিৰাবিন্যাস থাকে

(ক) ২

(খ) ৪

(গ) ৩

উত্তৰঃ (ক) ২।

(৮) গছৰ মাটিৰ তলৰ অংশ হল

(ক) শিপা

(খ) কাণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শিপা।

(৯) আৰোহী লতা উদাহৰণ হল

(ক) মটৰমাহ

(খ) ঢেকীয়া

(গ) গাজৰ

উত্তৰঃ (ক) মটৰমাহ।

(১০) তলত দিয়া কোনটো বৃক্ষ হয়

(ক) কঠাঁল

(খ) কোমোৰা

(গ) গাজৰ

উত্তৰঃ (ক) কঠাঁল।

১১/ কোনবিধ উদ্ভিদ চাপ

(ক) গুল্ম

(খ) তৃণ

(গ) জোপোহা

উত্তৰঃ (খ) তৃণ।

১২/ তৃণ উদ্ভিদৰ উদাহৰণ কি

(ক) আম গছ

(খ) ঘাঁহ-বন

(গ) কল গছ

উত্তৰঃ (খ) ঘাঁহ-বন।

১৩/ ফুল-ফুলা সপুষ্পক উদ্ভিদ বিধ কি

(ক) আম

(খ) ঢেঁকীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আম।

১৪/ এটা শংকু আকৃতি পাইন গছৰ বীজটোক কি উদ্ভিদ বোলা হয়

(ক) গুপ্তবীজী উদ্ভিদ

(খ) নগ্নবীজী উদ্ভিদ

(গ) অপুষ্পক উদ্ভিদ

উত্তৰঃ (খ) নগ্নবীজী উদ্ভিদ।

 ১৫/ লতাজাতীয় উদ্ভিদবোৰ কি

(ক) উৰহী

(খ) বেঙেনা

(গ) জলকীয়া

উত্তৰঃ (ক) উৰহী।

১৬/ পাত, ফুল, ফল ধাৰণ কৰা গছৰ অংশক কি বোলে

(ক) গুচ্ছ শিপা

(খ) কাণ্ড

(গ) ঘাই শিপা

উত্তৰঃ (খ) কাণ্ড।

১৭/ ফুলৰ প্ৰধান অংশ কেইটা

(ক) ৫ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (খ) ৪ টা।

১৮/ আদৰ্শ ফুলৰ উদাহৰণ কি

(ক) গোলাপ

(খ) ভেঁট

(গ) কৃষ্ণচূড়া

উত্তৰঃ (গ) কৃষ্ণচূড়া।

১৯/ পুংকেশক কেইটা অংশত ভাগ কৰিব পাৰি

(ক) ২ টা অংশ

(খ) ৩ টা অংশ

(গ) ৪ টা অংশ

উত্তৰঃ (ক) ২ টা অংশ

২০/ কাণ্ডৰ  উদাহৰণ কি 

(ক) গাজৰ

(খ) আদা

(গ) আলু

উত্তৰঃ (ক) গাজৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop