🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য | AJB Class 6 Science Chapter 8 | MCQ Question Answer solution |

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য্য

Chapter-8

(১) মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰা সংখ্যা হল

(ক) ৩২

(খ) ৩১

(গ) ১২

উত্তৰঃ (খ) ৩১।

(২) লাওখোলা এটা কিমানডাল হাড়েৰে গঠিত

(ক) ২২

(খ) ১৮

(গ) ১২

উত্তৰঃ (ক) ২২।

(৩) মানুহৰ কংকালতন্ত্ৰটো সৰ্বমুঠ কিমান টুকুৰা সৰু-বৰ হাড়েৰে গঠিত।

(ক) ৩২

(খ) ২০৬

(গ) ২২

উত্তৰঃ (খ) ২০৬।

(৪) এটা জঁকাত থকা হাড়বোৰ কেইটা ভাগত ভগাব পাৰি।

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (ক) ২ টা।

(৫) আমাৰ দেহত কেইপ্ৰকাৰৰ মাংসপেশী থাকে।

(ক) ৩

(খ) ২

(গ) ৪

উত্তৰঃ (ক) ৩।

(৬) পৰুৱা, কেঁচু আদি নিম্নস্তৰৰ প্ৰাণীৰ দেহৰ ভিতৰত কংকালতন্ত্ৰ নাথাকে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৭) সন্ধিয়ে হাড়বোৰক ইফাল-সিফাল কৰাত সহায় কৰে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৮) মানুহৰ হাত আৰু ভৰিৰ মুঠতে কিমানডালকৈ হাড় থাকে

(ক) ৩১

(খ) ৩০

(গ) ১২

উত্তৰঃ (খ) ৩০।

(৯) আমাৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টি হল

(ক) শ্বাসতন্ত্ৰ

(খ) ৰেচনতন্ত্ৰ

(গ) কংকালতন্ত্ৰ

উত্তৰঃ (গ) কংকালতন্ত্ৰ।

(১০) শৰীৰত থকা আটাইবোৰ হাড়েৰে গঠিত সুসজ্জিত তন্ত্ৰটোক কি তন্ত্ৰ বোলা হয়।

(ক) ৰেচনতন্ত্ৰ

(খ) কংকালতন্ত্ৰ

(গ) পাচনতন্ত্ৰ

উত্তৰঃ (খ) কংকালতন্ত্ৰ।

১১/ প্ৰাণীয়ে চলাচলৰ বাবে ব্য়ৱহাৰ কৰা অংগটোক কি বোলে

(ক) গমনাংগ

(খ) অমেৰুদণ্ডী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গমনাংগ।

১২/ মেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ কি

(ক) সাপ

(খ) বাঘ

(গ) হৰিণা

উত্তৰঃ (ক) সাপ।

১৩/ অমেৰুদণ্ডী প্ৰাণী উদাহৰণ কি

(ক) চৰাই

(খ) পখিলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পখিলা।

১৪/ তলৰ কোনটো প্ৰাণীৰ ছয়খন ঠেং থাকে

(ক) মকৰা

(খ) পঁইতাচোৰা

(গ) ভেকুলী

উত্তৰঃ (খ) পঁইতাচোৰা।

১৫/ কামিহাড় বাকচটো কিমান যোৰ হাড়েৰে গঠিত

(ক) ১১ যোৰ

(খ) ১২ যোৰ

(গ) ১৩ যোৰ

উত্তৰঃ (খ) ১২ যোৰ।

১৬/ বুকুৰ ভিতৰত কেইটা সক্ৰিয় অংগ থাকে

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (খ) ২ টা।

১৭/ কিমান টুকুৰা চেপেটা হাড়ে মগজুটোক সুৰক্ষিত কৰি ঢাকি ৰাখে

(ক) ৬ টুকুৰা

(খ) ৭ টুকুৰা

(গ) ৮ টুকুৰা

উত্তৰঃ (গ) ৮ টুকুৰা।

১৮/ মানুহৰ দেহত আটাইতকৈ ক্ষুদ্ৰ হাড়টুকুৰা থাকে

(ক) নাকত

(খ) কাণত

(গ) ভৰিত

উত্তৰঃ (খ) কাণত।

১৯/ জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ

(ক) উদ্ভিদৰ চলন আছে কিন্ত গমন নাই

(খ) চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে

(গ) প্ৰাণীৰ চলনত হাড় আৰু পেশীতন্ত্ৰ ব্য়ৱহাৰ হয়

উত্তৰঃ (খ) চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে।

২০/ অমিল শব্দযোৰ বাছি উলিওৱা

(ক) শামুক – পেশী

(খ) পৰুৱা – ঠেং

(গ) বাদুলি – ডেউকা

উত্তৰঃ (ক) শামুক – পেশী।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop