🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আমাৰ চৌপাশৰ বস্তুবোৰ | AJB Class 6 Science Chapter 10 | MCQ Question Answer Solution |

আমাৰ চৌপাশৰ বস্তুবোৰ

Chapter-10

1. কেৰাহী কিহেৰে নিৰ্মিত ?

ক) ধাতু

খ) তাম

গ) কাঠ

উত্তৰঃ ক) ধাতু।

2. চিকমিকোৱা ধৰ্মটোক কি বোলে ? 

ক) জ্যােতি

খ) স্বচ্ছ

গ) অস্বচ্ছ

উত্তৰঃ ক) জ্যােতি।

3. এটা চিকমিকোৱা পদাৰ্থৰ উদাহৰণ দিয়া ?

ক) ষ্টিলৰ চামুচ

খ) প্লাষ্টিকৰ সামগ্ৰীবোৰ

গ) লোৰ সামগ্ৰীবোৰ

উত্তৰঃ ক) ষ্টিলৰ চামুচ।

4. দ্ৰৱণীয় বুলি কাক কোৱা হয় ?

ক) যিবোৰ পদাৰ্থ পানীত দ্ৰৱীভূত হয়

খ) যিবোৰ পদাৰ্থ চিকমিকায় থাকে

গ) যিবোৰ পদাৰ্থ পানীত দ্ৰৱীভূত নহয়

উত্তৰঃ ক) যিবোৰ পদাৰ্থ পানীত দ্ৰৱীভূত হয়।

5. অস্বচ্ছ পদাৰ্থ কাক বোলে ?

ক) যিবোৰ বস্তুৰ মাজেৰে পোহৰ নাযায় সেইবোৰ বস্তুক অস্বচ্ছ পদাৰ্থ বোলে

খ) যিবোৰ বস্তুৰ মাজেৰে পোহৰ যায় সেইবোৰ বস্তুক অস্বচ্ছ পদাৰ্থ বোলে

গ) যিবোৰ বস্তু কাগজে নিৰ্মান কৰা হয় সেইবোৰ বস্তুক অস্বচ্ছ পদাৰ্থ বোলে

উত্তৰঃ ক) যিবোৰ বস্তুৰ মাজেৰে পোহৰ নাযায় সেইবোৰ বস্তুক অস্বচ্ছ পদাৰ্থ বোলে।

6. কিতাপ কিহেৰে নিমিত্ত ?

ক) কাগজ

খ) প্লাষ্টিক

গ) কাঠ

উত্তৰঃ ক) কাগজ।

7. চকী কিহেৰে নিমিত্ত ?

ক) কাঠ

খ) প্লাষ্টিক

গ) ষ্টিল

উত্তৰঃ খ) প্লাষ্টিক

8. অস্বচ্ছ পদাৰ্থৰ এটা উদাহৰণ হৈছে

ক) কাঠ

খ) প্লাষ্টিক

গ) কাঁচ

উত্তৰঃ ক) কাঠ।

9. স্বচ্ছ পদাৰ্থৰ এটা উদাহৰণ হৈছে 

ক) বায়ু

খ) কাগজ

গ) কাঁচ

উত্তৰঃ ক) বায়ু।

10. কাঠেৰে নিৰ্মিত তিনিবিধ বস্তুৰ নাম ?

ক) বিছনা, চকী, টেবুল

খ) চকৰ গুৰি, নিমখ, চেনি

গ) বাঁহ, কাঠ, প্লাষ্টিক

উত্তৰঃ ক) বিছনা, চকী, টেবুল।

11. পানীত ওপঙি থকা বস্তুৰ দুটা উদাহৰণ দিয়া ?  

ক) কলগছ আৰু কাঠ

খ) গজাল আৰু বাল্টি

গ) চকী আৰু টেবুল

উত্তৰঃ ক) কলগছ আৰু কাঠ।

12. কিছুমান  বস্তু বা পদাৰ্থৰ মাজেৰে স্পষ্টকৈ দেখা নাপায় সেই বোৰ পদাৰ্থক কি বোলে ?

ক) স্বচ্ছ

খ) অস্বচ্ছ

গ) অৰ্ধস্বচ্ছ

উত্তৰঃ গ) অৰ্ধস্বচ্ছ।

13. তলৰ কোনটো পদাৰ্থ পানীত দ্ৰৱীভূত নহয় ?

ক) বালি

খ) চেনি

গ) নিমখ

উত্তৰঃ ক) বালি।

14. কটাৰী কিহেৰে তৈয়াৰি ?

ক) লো

খ) প্লাষ্টিক

গ) তাম

উত্তৰঃ ক) লো।

15. চকী কিহেৰে নিৰ্মিত ?

ক) প্লাষ্টিক

খ) কাঁচ

গ) কাগজ

উত্তৰঃ ক) প্লাষ্টিক।

16. কাঁহী কিহেৰে নিৰ্মিত ?

ক) ষ্টিল

খ) প্লাষ্টিক

গ) কাগজ

উত্তৰঃ ক) ষ্টিল।

17. যিবোৰ পদাৰ্থ পানীত দ্ৰৱীভূত হয় সেইবোৰ পদাৰ্থক কি বুলি কয় ?

ক) দ্ৰৱণীয়

খ) স্বচ্ছ

গ) অস্বচ্ছ

উত্তৰঃ ক) দ্ৰৱণীয়।

18. গজাল কিহেৰে নিৰ্মিত ?

ক) লো

খ) তাম

গ) কাঁচ

উত্তৰঃ ক) লো।

19. এবিধ অৰ্ধস্বচ্ছ পদাৰ্থৰ উদাহৰণ দিয়া ?

ক) বায়ু

খ) তৈল কাগজ

গ) কাগজ

উত্তৰঃ খ) তৈল কাগজ।

20. পানীত অদ্ৰৱণীয় পদাৰ্থৰ উদাহৰণ দিয়া ?

ক) চেনি

খ) নিমখ

গ) বালি

উত্তৰঃ গ) বালি।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop