Chapter 4
ভাৰতৰ বৈদেশিক সম্পৰ্ক
1। বৈদেশিক নীতি কি ভিত্তিত ৰচনা কৰা উচিত?
(ক) ঐতিহাসিক আৰু পৰম্পৰা ভিত্তিত
(খ) ৰাজনৈতিক সংস্কৃতিৰ ভিত্তিত
(গ) ওপৰৰ দুয়োটাই সত্য়
উত্তৰঃ (গ) ওপৰৰ দুয়োটাই সত্য়
2। পঞ্চশীল নীতি কি সম্পৰ্কত হৈছিল?
(ক) ভাৰত সম্পৰ্কত
(খ) চীন সম্পৰ্কত
(গ) তিব্বত সম্পৰ্কত
উত্তৰঃ (গ) তিব্বত সম্পৰ্কত
3। যদি এবাৰ বৈদেশিক সম্পৰ্ক নিজৰ হাতৰ পৰা আনৰ হাতলৈ ওলাই যায় তেতিয়া কি হব?
(ক) স্বাধীন
(খ) পৰাধীন
(গ) সুখী
উত্তৰঃ (খ) পৰাধীন
4। পঞ্চশীল নীতিখনকিমান চনত স্বাক্ষৰিত হৈছিল?
(ক) ১৯৪৫ চনত
(খ) ১৯৫৪ চনত
(গ) ১৯৬১ চনত
উত্তৰঃ (খ) ১৯৫৪ চনত
5। স্বাধীনতা কি?
(ক) বৈদেশিক সম্পৰ্ক
(খ) স্বাধীনতাৰ পৰীক্ষা
(গ) ওপৰৰ সকলো সত্য়
উত্তৰঃ (গ) ওপৰৰ সকলো সত্য়
6। পঞ্চশীল নীতিখন কাৰ কাৰ মাজত হৈছিল?
(ক) ভাৰত আৰু চীনৰ মাজত
(খ) চীন আৰু বাংলাদেশৰ মাজত
(গ) ভাৰত আৰু বাংলাদেশৰ মাজত
উত্তৰঃ (ক) ভাৰত আৰু চীনৰ মাজত
7। বাস্তৱ পৰিস্থিতিৰ লগত সংগতি নথকা নীতিয়ে দেশৰ কোনো উপকাৰ কৰিব নোৱাৰে-
(ক) সত্য়
(খ) অসত্য়
উত্তৰঃ (ক) সত্য়
8। “আন দেশক আক্ৰমণৰ পৰা বিৰত থকা” আনখন কোনখন চুক্তিৰ নীতি?
(ক) পঞ্চশীল নীতি
(খ) বৈদেশীক নীতি
(গ) ঐতিহাসিক নীতি
উত্তৰঃ (ক) পঞ্চশীল নীতি
9। “শান্তিপূৰ্ণ সহ- অৱস্থানৰ প্ৰতি সমৰ্থন জনোৱা”টো পঞ্চশীল নীতিৰ এা নীতি-
(ক) সত্য়
(খ) অসত্য়
উত্তৰঃ (ক) সত্য়
10। পঞ্চশীল নীতিত কেইটা নীতি আছে?
(ক) ৫ টা
(খ) ৬টা
(গ) ১০ টা
উত্তৰঃ (ক) ৫ টা
11। বৈদেশিক নীতি বাস্তৱ সন্মত হোৱাটো-
(ক) উচিত
(খ) অনুচিত
উত্তৰঃ (ক) উচিত
12। আন্তৰ্জাতিক শান্তি,মৈত্ৰী আৰু নিৰাপত্তাৰ উৎকৰ্ষ সাধনৰ নীতি কোনখন নীতিত সন্নিৱিষ্ট কৰা হৈছে?
(ক) পঞ্চশীল নীতি
(খ) বৈদেশিক নীতি
(গ) সাংবিধানিক নীতি
উত্তৰঃ (গ) সাংবিধানিক নীতি
13। ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত আন্তৰ্জাতিক শান্তি,মৈত্ৰী আৰু নিৰাপত্তাৰ উৎকৰ্ষ সাধনৰ নীতি সন্নিৱিষ্ট কৰা হৈছে?
(ক) ৫২ নং
(খ) ৫১ নং
(গ) ৫০ নং
উত্তৰঃ (খ) ৫১ নং
14। আন্তৰ্জাতিক আইন আৰু চুক্তিক সন্মান প্ৰদান কৰাটো কোনখন নীতিৰ অন্তৰ্গত?
(ক) পঞ্চশীল নীতি
(খ) বৈদেশিক নীতি
(গ) সাংবিধানিক নীতি
উত্তৰঃ (গ) সাংবিধানিক নীতি
15। শান্তিপূৰ্ণ সহ-অৱস্থানৰ প্ৰতি সমৰ্থন জনোৱাটো সাংবিধানিক নীতিৰ অন্তৰ্গত-
(ক) সত্য়
(খ) অসত্য়
উত্তৰঃ (খ) অসত্য়
16। মধ্য়স্থতাৰ জৰিয়তে আন্তৰ্জাতিক বিবাদ নিষ্পত্তি কৰা নীতিটো পঞ্চশীল নীতিৰ অন্তৰ্গত-
(ক) সত্য়
(খ) অসত্য়
উত্তৰঃ (খ) অসত্য়
17। কোনখন নীতিগ্ৰহণ কৰাৰ ফলত ভাৰতক কিছুমান ৰাষ্ট্ৰই সদেহৰ দৃষ্টিৰে চাইছিল?
(ক) গোষ্ঠী নিৰপেক্ষ নীতি
(খ) সাংবিধানিক নীতি
(গ) পঞ্চশীল নীতি
উত্তৰঃ (ক) গোষ্ঠী নিৰপেক্ষ নীতি
18। গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰণ কৰি দেশৰ অখণ্ডতা ৰক্ষা কৰা উদ্দেশ্য়টো কোনে সাধন কৰিছিল?
(ক) জৱাহৰলাল নেহেৰু
(খ) মহাত্মা গান্ধী
(গ) ইন্দিৰা গান্ধী
উত্তৰঃ (ক) জৱাহৰলাল নেহেৰু
19। “চীনৰ প্ৰধানমন্ত্ৰী গৰাকী হৰ ভাল মানুহ আৰু বিশ্বাসীও”বুলি কোনে কৈছিল?
(ক) জৱাহৰলাল নেহেৰু
(খ) মহাত্মা গান্ধী
(গ) চি.ৰাজাগোপালাচাৰীয়া
উত্তৰঃ (গ) চি.ৰাজাগোপালাচাৰীয়া
20। দালাইলামা কোন আছিল?
(ক) তিব্বতৰ ধৰ্মগুৰু
(খ) ভাৰতৰ ধৰ্মগুৰু
(গ) চীনৰ ধৰ্মগুৰু
উত্তৰঃ (ক) তিব্বতৰ ধৰ্মগুৰু