পেট্ৰ’লত জুই জ্বলিলে পানী ঢালি নুমাব নোৱাৰি কয়?

উঃ জ্বলি থকা বস্তুৰ গেছৰ বাষ্ফ উচ্চ উষ্ণতাত অক্সিজেনৰ লগত মিলিত হ’লে জুই শিখা উৎপন্ন হয়। পেট্ৰল উদ্বায়ী পদাৰ্থ, পানীতকৈ পাতল। পানীয়ে পেট্ৰোলৰ বাষ্পক ঢাকি ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত উত্তম উপায় হ’ল জুইকুৰাক জিভা ডাঠকম্বল এখনৰে ঢাকি ধৰা।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping