🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 7 | অধ্যায় ৭ যুক্তৰাষ্ট্ৰবাদ | MCQs Short Question Answer |

Chapter 7

যুক্তৰাষ্ট্ৰবাদ

1।  কিমান চনত ৱেষ্ট ইণ্ডিজ যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠিত হৈছিল। 

(ক) ১৯৬৮

(খ) ১৯৫৮

(গ) ১৯৮৩

উত্তৰঃ (খ) ১৯৫৮

2। কিমান চনত দুঃখজনক বিভাজনৰ পিছত ই স্বাধীন জাতি ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছিল।

(ক) ১৯৪৭

(খ) ১৯৫০

(গ) ১৯৫৫

উত্তৰঃ (ক) ১৯৪৭

3। কিমান চনলৈ উত্তৰ আৰু দক্ষিণ নাইজেৰিয়া দুখন পৃথক বৃটিছ উপনিৱেশ আছিল। 

(ক) ১৮১৪

(খ) ১৯১৪

(গ) ১৯১৮

উত্তৰঃ (খ) ১৯১৪

4। ১৯১৪ চনলৈ কেইখন পৃথক বৃটিছ উপনিৱেশ আছিল। 

(ক) ২ খন

(খ) ৪ খন

(গ) ৬ খন

উত্তৰঃ (ক) ২ খন

5। ১৯৫০ চনৰ ইবাদান সংবিধানিক সন্মিলনত কোনে এখন যুক্তৰাষ্ট্ৰীয় সংবিধান ৰচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

(ক) নাইজেৰিয়াৰ নেতাসকলে।

(খ) বৃটিছ নেতাসকলে।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নাইজেৰিয়াৰ নেতাসকলে।

6। নাইজেৰিয়াৰ প্ৰধান নৃগোষ্ঠী কেইটা?

(ক) ৩ টা

(খ) ৫ টা

(গ) ২ টা

উত্তৰঃ (ক) ৩ টা

7। কিমান চনত সংবিধান অনুসৰি যুক্তৰাষ্ট্ৰীয় আৰু আঞ্চলিক চৰকাৰ উভয়ে যুটীয়াভাৱে নাইজেৰিয়াৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কৰিছিল। 

(ক) ১৯৫৭

(খ) ১৯৬০

(গ) ১৯৬৭

উত্তৰঃ (খ) ১৯৬০

8। ১৯৯৯ চনত ক’ত গণতন্ত্ৰ পুনৰ সংস্থাপন কৰা হৈছিল। 

(ক) আমেৰিকা

(খ) ইংলেণ্ড

(গ) নাইজেৰিয়াত

উত্তৰঃ (গ) নাইজেৰিয়াত

9। কংগ্ৰেছৰ আধিপত্য কেতিয়া অৱনতি ঘটিছিল। 

(ক) কুৰি শতিকাৰ ৬০ দশকৰ মাজভাগত

(খ) কুৰি শতিকাৰ ৮০ দশকৰ মাজভাগত

(গ) কুৰি শতিকাৰ ৭০ দশকৰ মাজভাগত

উত্তৰঃ (ক) কুৰি শতিকাৰ ৬০ দশকৰ মাজভাগত

10। কংগ্ৰেছৰ আধিপত্য কেতিয়া নোহোৱা হৈছিল। 

(ক) ১৯৬০

(খ) ১৯৯০

(গ) ১৯৮০

উত্তৰঃ (খ) ১৯৯০

11। ১৯৭৭ চনত ক’ত বামপন্থী চৰকাৰে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলি এখন দস্তাবেজ প্ৰকাশ কৰিছিল। 

(ক) উৰিষ্যা

(খ) পশ্চিমবঙ্গত

(গ) কানাডা

উত্তৰঃ (খ) পশ্চিমবঙ্গত

12। বিধানসভাৰত সমখ্যাগৰিষ্ঠতা থকা স্বত্বেও ৰাজ্যচৰকাৰ ভঙ্গ ক’ত কৰা হৈছিল।  

(ক) কেৰালাত

(খ) বিহাৰ

(গ) পশ্চিমবংগ

উত্তৰঃ (ক) কেৰালাত

13। ৰাজ্যৰ পুনৰ গঠন আয়োগ কেতিয়া স্থাপন কৰা হৈছিল। 

(ক) ১৯৬৪

(খ) ১৯৫৪

(গ) ১৯৭৯

উত্তৰঃ (খ) ১৯৫৪

14। ৰাষ্ট্ৰবোৰৰ চৰকাৰৰ মুৰব্বীসকল কাৰ সদস্য। 

(ক) কাৰ্য্যপালিকা

(খ) ন্যায়পালিকা

(গ) বিধানমণ্ডল

উত্তৰঃ (ক) কাৰ্য্যপালিকা

15। ভাৰতৰ সংবিধানে কেই ধৰণৰ চৰকাৰ গঠন কৰিছিল। 

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) চাৰি ধৰণৰ

উত্তৰঃ (ক) দুই ধৰণৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop