অধিকংশ মাছ পানীৰ পৰা মাটিলৈ তুলি আনিলে মৰি থাকে কিয়? Posted on 21/07/2022 | Posted on Puspa Kakati উঃ মাছে স্থলভাগৰ অক্সিজেনক পৃথক কৰি গ্ৰহণ কৰি ল’ব নোৱাৰে বাবেই মৃত্যু মুখত পৰে। Post Views: 158