🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 5 | অধ্যায় ৫ | অধিকাৰ | MCQs Short Question Answer |

Chapter 5

অধিকাৰ

১। অধিকাৰৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) Right

(খ) Regulation

(গ) Rule

উত্তৰঃ (ক) Right

(২) অধিকাৰ আৰু দায়বদ্বতা একেইনে ?

(ক) একেই

(খ) একেই নহয়

উত্তৰঃ (খ) একেই নহয়

৩। মৌলিক অধিকাৰৰ ইংৰাজী প্ৰতিশব্দ কি?

(ক) Fundamental Right

(খ) Right

(গ) Rule

উত্তৰঃ (ক) Fundamental Right

৪। মৌলিক অধিকাৰ সমূহ কোনটো সমশোধনীৰ জড়িয়তে সংশোধন কৰা হৈছিল 

(ক) ৪২ নং সংশোধনীৰ জড়িয়তে

(খ) ৩৪ নং সংশোধনীৰ জড়িয়তে

(গ) ৪৫ নং সংশোধনীৰ জড়িয়তে

উত্তৰঃ ক। ৪২ নং সংশোধনীৰ জড়িয়তে

৫। নাগৰিকক অধিকাৰ কোনে প্ৰদান কৰে ?

(ক) ৰাষ্ট্ৰয়ে

(খ) চৰকাৰে

(গ) জনসাধাৰণে

উত্তৰঃ (ক) ৰাষ্ট্ৰয়ে

৬। নাগৰিকৰ অধিকাৰ সৰ্ব কৰা এটা ঘটনা হল — 

(ক) ভাৰতৰ জৰুৰীকালিন অৱস্থা

(খ) ভাৰতৰ স্বদেশী আন্দোলন

(গ) অসমৰ কা আন্দোলন

উত্তৰঃ (ক) ভাৰতৰ জৰুৰীকালিন অৱস্থা

৭। জৰুৰীকালিন অবস্থা কোনে প্ৰৱৰ্তন কৰিছিল ?

(ক) ইন্দিৰা গান্ধী

(খ) ফখৰুদ্দিন আলি আহমেদ

(গ) নীলম সন্জিবা ৰেড্ডি

উত্তৰঃ (ক) ইন্দিৰা গান্ধী

৮। মানব অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰত্ৰ কোনে ঘোষণা কৰে ? 

(ক) ৰাষ্ট্ৰসংঘ

(খ) অসম চৰকাৰ

(গ) ভাৰত চৰকাৰ

উত্তৰঃ (ক) ৰাষ্ট্ৰসংঘ

৯। ৰাষ্ট্ৰ সংঘই কেতিয়া মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰত্ৰ  কেতিয়া গ্ৰহণ কৰে 

(ক) ১৯৪৮ চনত

(খ) ১৯৫০ চনত

(গ) ১৯২১ চনত

উত্তৰঃ (ক) ১৯৪৮ চনত

১০। ভাৰতৰ এজন নাগৰিকে কিমান বয়সত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ?

(ক) ১৮

(খ) ১৯

(গ) ২১

উত্তৰঃ (ক) ১৮

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop