Class 11 Geography Book Chapter 5 | (গোট ৩ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মৃত্তিকা) | অধ্যায় ৫ | প্ৰাকৃতিক উদ্ভিদ | MCQs Short Question Answer |

Chapter 5

প্ৰাকৃতিক উদ্ভিদ

১। পাৰ্বত্য হাবিক কেই ভাগত ভাগ কৰিব পাৰি?

(ক) দুই ভাগত

(খ) তিনি ভাগত

(গ) চাৰি ভাগত

উত্তৰঃ (ক) দুই ভাগত

২। দক্ষিণ পাৰ্বত্য হাবিত কেইটা প্ৰধান অঞ্চল দেখিবলৈ পোৱা যায? 

(ক) তিনিটা

(খ) দুটা

(গ) ওপৰৰ ওটাও নহয়

উত্তৰঃ (ক) তিনিটা

৩। ভাৰতবৰ্ষৰ জলাহ ভূমিক কেইভাগত ভগোৱা হৈছে?

(ক) ৮ ভাগত

(খ) ৬ ভাগত

(গ) ৩ ভাগত

উত্তৰঃ (ক) ৮ ভাগত

৪। দেশৰ মুঠ মাটি কালিৰ কিমান শতাংশ হাবিয়ে আবৰি আছে?

(ক) ২৩.২৮ শতাংশ

(খ) ২৪.৩৪ শতাংশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ২৩.২৮ শতাংশ

৫। ব্যঘ প্ৰকল্প কিমান চনৰ প্ৰজোয্য কৰা ছৈছিল?

(ক) ১৯৭৩ চনত

(খ) ১৭২৭ চনত

(গ) ১৮৭২ চনত

উত্তৰঃ (ক) ১৯৭৩ চনত

৬। হাতী প্ৰকল্প কিমান চনত আৰম্ভ হৈছিল?

(ক) ১৯৯২ চনত

(খ) ১৯৭২ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১৯৯২ চনত

৭। দেশৰ মুঠ ভৌগোলিক মাটি কালিৰ কিমান?

(ক) ৩৩.৬ শতাংশ

(খ) ৩৩.৪ শতাংশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৩৩.৬ শতাংশ

৮। সংৰক্ষিত বনাঞ্চনৰ মুঠ মাটি কালি কিমান?

(ক) ১০৫,০০০ হেক্টৰ

(খ) ১০৬,০০০ হেক্টৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১০৫,০০০ হেক্টৰ

৯। সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চল কি নদীৰ মোহনাত অৱস্থিত?

(ক) পশ্চিমবঙ্গৰ গঙ্গা নদীৰ

(ক) উওৰ নদীৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পশ্চিমবঙ্গৰ গঙ্গা নদীৰ

১০। মনগ্ৰভ হাবিত কিমান প্ৰজাতি চৰাই আছে?

(ক) ১৭০ প্ৰজাতি

(খ) ২০০ প্ৰজাতি

(গ) ১৬০ প্ৰজাতি

উত্তৰঃ (ক) ১৭০ প্ৰজাতি

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop