🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Geography Book Chapter 6 | (গোট ৩ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মৃত্তিকা) | অধ্যায় ৬ | মৃত্তিকা | MCQs Short Question Answer |

Chapter 6

মৃত্তিকা

১। দেশৰ মুঠ কিমান শতাংশ পলসুৱা মাটি আছে?

(ক) ৪০ শতাংশ

(খ) ৩০ শতাংশ

(গ) ২০ শতাংশ

উত্তৰঃ (ক) ৪০ শতাংশ

২। লেটেৰাইট শব্দটো লেটিন শব্দ কি?

(ক) লেটাৰ

(খ) ইটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লেটাৰ

৩। লেটাৰ শব্দ অৰ্থ কি?

(ক) ইটা

(খ) বালি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ইটা

৪। প্ৰচুৰ বৰষুণ আৰু উচ্চ আৰ্দ্ৰতা থকা অঞ্চলত কি মাটি পোৱা যায়?

(ক) বালি মাটি

(খ) পিট মাটি

(গ) পলসুৱা মাটি

উত্তৰঃ (খ) পিট মাটি

৫। লুণীয়া মাটিক কি বোলে?

(ক) উচ্চৰা মাটি

(খ) বালি মাটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উচ্চৰা মাটি

৬। কোনবিধক ৰেগুৰ মাটি নামেৰে জনা যায়?

(ক) লবনাক্ত মাটি

(খ) কলা মাটি

(গ) শুকান মাটি

উত্তৰঃ (খ) কলা মাটি

৭। ভাৰতীয় মাটি জৰিপ বিভাগটো কিমান চনত  স্থাপন কৰা হৈছিল? 

(ক) ১৯৫৬ চনত

(খ) ১৭২২ চনত

(গ) ১৪০৫ চনত

উত্তৰঃ (ক) ১৯৫৬ চনত

৮।পুৰণিকালত মাটিক প্ৰধানকৈ কেইভাগত ভাগ কৰা হৈছে?

(ক) দুইভাগত

(খ) তিনিভাগত

(গ) চাৰিভাগত

উত্তৰঃ (ক) দুইভাগত

৯। মাটিৰ প্ৰধান কেইভাগত ভগাব পাৰি?

(ক) চাৰি ভাগত

(খ) দুই ভাগত

(গ) তিনি ভাগত

উত্তৰঃ (ক) চাৰি ভাগত

১০। মাটি গঠন কৰা এবিধ কাৰকৰ নাম কি?

(ক) জলবায়ু

(খ) ভূগঠন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জলবায়ু

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop