মনপা জনগোষ্ঠীৰ ট’ৰগ্ৰা উৎসৱৰ বিশেষত্ব কি ?

উত্তৰঃ ট’ৰগ্ৰা উৎসৱৰ সময়ত মনপা জনগোষ্ঠীৰ বৌদ্ধ ভিক্ষুসকলে বিভিন্ন জীৱ-জন্তুৰ মুখা পৰিধান কৰি আসুৰিক শক্তি নাশ কৰাৰ বাবে নৃত্য় কৰে ।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping