Class 11 Geography Book Chapter 9 | (গোট ৪) অধ্যায় ৯ সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা | MCQs Short Question Answer |

Chapter 9

সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা

১। ২১ জুনৰ দিনা দুপৰীয়া সূৰ্য লম্বমান হয় ঃ

(ক) বিষুৱত

(খ) ২৩.৩° দক্ষিণ অক্ষৰেখাত

(গ) ২৩.৫° উত্তৰ অক্ষৰেখাত

উত্তৰঃ (গ) ২৩.৫° উত্তৰ অক্ষৰেখাত

২। নিম্নলিখিত মহানগৰৰসমূহৰ, ভিতৰত কোনখনত দিনবোৰ দীঘল ?

(ক) তিৰুৱনন্তপুৰম্

(খ) চণ্ডীগড়

(গ) হায়দৰাবাদ

উত্তৰঃ (ক) তিৰুৱনন্তপুৰম্

৩। ক্ৰান্তীয় অঞ্চলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল-

(ক) ৩২০ ৱাট

(খ) ৩৬০ ৱাট

(গ) ৪০০ ৱাট

উত্তৰঃ (ক) ৩২০ ৱাট

৪। বায়ুমণ্ডল প্ৰধানকৈ তপত হয়-

(ক) প্ৰতিফলিত সৌৰ বিকিৰণৰ দ্বাৰা

(খ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা

(গ) সিঁচৰতি হৈ পৰা সৌৰ বিকিৰণৰ দ্বাৰা

উত্তৰঃ (খ) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা

৫। পৃথিৱীয়ে আহৰণ কৰা সকলো শক্তিৰ উৎস হল-

(ক) সূৰ্য

(খ) বায়ু

(গ) সৌৰশক্তি

উত্তৰঃ (ক) সূৰ্য

৬। মেৰুমণ্ডলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল-

(ক) ৬০ ৱাট

(খ) ৬৬ ৱাট

(গ) ৭০ ৱাট

উত্তৰঃ (গ) ৭০ ৱাট

৭। ক্ৰান্তীয় অঞ্চলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল ৩২০ ৱাট-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

৮। সূৰ্যই হল পৃথিৱীয়ে আহৰণ কৰা সকলো শক্তিৰ উৎস হল-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

৯। মেৰুমণ্ডলত প্ৰত্যেক বৰ্গমিটাৰত আতপন হল ৭০ ৱাট-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১০। বিভিন্ন বাষ্পীয় উপাদানৰ সমষ্টিৰে গঠিত বায়ুৰ আৱৰণকে  ________ বোলে।

(ক) জীৱমণ্ডল

(খ) বায়ুমণ্ডল

(গ) স্থলমণ্ডল

উত্তৰঃ (খ) বায়ুমণ্ডল

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping