প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ | Chapter 4 | Class 7 New Science Chapter 4 Question And Answer Jatiya Bidyalay | Class 7 Chapter 4 Solution AJB |

অধ্যায়ঃ চতুৰ্থ

প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ

  1. খালী ঠাই পূৰ কৰা :

a) তেজ প্ৰধানকৈ পাচঁটা অংশেৰে গঠিত ।

b) ষ্টেথ’স্ক’পৰ সহায়ত হ্ৰদস্পন্দনৰ শব্দ বৰ্ধিত ৰূপত শুনিব পাৰি ।

c) তেজৰ ৰঙা ৰঞ্জক পদাৰ্থবিধ হ`ল প্লাজমা ।

d) জাইলেম আৰু ফ্ল’ৱেম লগ লাগি উদ্ভিদৰ সংবহনতন্ত্ৰ গঠিত হৈছে

e) মানুহৰ হ্ৰদযন্ত্ৰত চাৰিটা কোঠালি থাকে ।

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ : i) নিম্নলিখিত কোনবিধ উদ্ভিদ কলা ,পানী আৰু খনিজ লৱন পৰিবহণৰ লগত জড়িত ?

a. শ্বেতৰক্ত b. ফ্লৱেম c.ক্লৰপ্লাষ্ট d. পত্ৰৰন্ধ

উত্তৰঃ b. ফ্ল`ৱেম

ii) তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয় ?

a. শ্বতৰক্ত b. অনুচক্ৰিকা c.লোহিত ৰক্তকণিকা d. ওপৰৰ আটাইবোৰ

উত্তৰঃ c.লোহিত ৰক্তকণিকা

iii) মানুহৰ হ্ৰদযন্ত্ৰৰ কোঠালি কেইটা ?

a. এটা b. দুটা c. তিনিটা d. চাৰিটা

উত্তৰঃ d. চাৰিটা

iv) প্ৰস্বেদন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয় ?

a. শিপা b. পাত c. জাইলেম d. ফুল

উত্তৰঃ b. পাত

v) মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে ?

a. কাৰ্বন-ডাই-অক্সাইড b. এম`নিয়া c. ইউৰিয়া d. শৰ্কৰা

উত্তৰঃ c. ইউৰিয়া

  1. প্ৰক্ৰিয়াটোৰ নাম লিখা :

a. তেজৰ পৰা কৃত্ৰিম উপায়ে বৰ্জিত দ্ৰব্য আতৰোৱা প্ৰক্ৰিয়া। ।

উত্তৰঃ অপোহন ( dialysis) ।

b. অধিক গাঢ়তাৰপৰা কম গঢ়তালৈ হোৱা দ্ৰব্যৰ গতি ।

উত্তৰঃ অণুচক্ৰিকা।

c.পাতৰ তলৰ অংশত থকা ছিদ্ৰই অতিৰিক্ত পানী ভাগ উলিয়াই পঠিওৱা পদ্ধতিটো ।

উত্তৰঃ প্ৰস্বেদন প্ৰক্ৰিয়া।

d. জাইলেমৰ মাজেৰে জাইলেম ৰসৰ ঊৰ্দ্ধমুখী গতি ।

উত্তৰঃ উদ্ভিদৰ পৰিবহণ তন্ত্ৰ।

e. কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন ।

উত্তৰঃ অপোহন ( dialysis)

  1. উত্তৰ লিখা :

a. পৰিবহন তন্ত্ৰ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা কি ?

উত্তৰঃ জীৱদেহত যি তন্ত্ৰৰ দ্বাৰা দ্ৰব্যবোৰ এঠাইৰ পৰা আনঠাইলৈ যায়, তাকে পৰিবহন তন্ত্ৰ বোলে। এই তন্ত্ৰৰ জৰিয়তে দেহৰ ভিতৰৰ দ্ৰব্যসমূহ পৰিবাহিত হয়।

b. মানৱ দেহত হ্ৰদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ মানুহৰ দেহত হ্ৰদযন্ত্ৰ নথকা হেঁতেন মানুহে উশাহ- নিশাহ ল’ব নোৱাৰিলে হেঁতেন। হ্ৰদযন্ত্ৰৰ দ্বাৰা মানুহে উশাহ- নিশাহ লব পাৰিছে যদি হ্ৰদযন্ত্ৰ নাথাকিল হেতেন মানুহে উশাহ- নিশাহ লব নোৱাৰাৰ ফলত মানুহ জীয়াই নাথাকিল হেঁতেন।

c. তেজ কি ? তেজক কিয় সংবহন কলা বুলি কোৱা হয় ?

উত্তৰঃ তেজ এবিধ ৰঙা ৰঙৰ জুলীয়া পদাৰ্থ। তেজক সংবহন কলা বুলিও কোৱা হয় । সামগ্ৰিকভাৱে ভাগ কৰিলে তেজক দুটা ভাগত ভাগ কৰিব পাৰি গোটা আৰু জুলীয়া। এটা পৰীক্ষা নলীত অলপ নতুন তেজ লৈ সেইখিনি থৈ দিলে গোট মাৰি যাব।

d. তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ তেজত থকা ৰক্তকণিকাবোৰ হ’ল- লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, আৰু অনুচক্ৰিকা।

লোহিত ৰক্ত কণিকা- লোহিত ৰক্ত কণিকাত হি’মগ্লবিন নামৰ এবিধ পদাৰ্থ থাকে। হি’মগ্লবিন থকা বাবে তেজৰ ৰং ৰঙা হয়।

শ্বেত ৰক্ত কণিকা- এই ৰক্তকণিকাবোৰ ৰক্তকোষ। ইহতৰ কোষত ৰঞ্জক পদাৰ্থ নাথাকে।

অনুচক্ৰিকা- অনুচক্ৰিকাবোৰ কিছুমান কোষপ্ৰৰসৰ খণ্ড। অণুচক্ৰিকাই তেজ গোট মৰাত সহায় কৰে।

e. হিম`গ্লবিন কি ? ইয়াৰ কাম কি ?

উত্তৰঃ লোহিত ৰক্ত কণিকাত হিমগ্লবিন নামৰ এবিধ পদাৰ্থ থাকে। হিমগ্লবিনৰ প্ৰধান কাম অক্সিজেন পৰিবহণ কৰা। তেজৰ ৰঙা ৰং হিমগ্লবিনৰ দ্বাৰা হয়।

f. ৰক্তবাহিকা কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ
g. মানুহৰ ৰেচন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত ?

উত্তৰঃ

h. বৃক্কৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

i. উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

j. প্ৰস্বেদন কাক বোলে ? ইয়াৰ গুৰুত্ব কি ?

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop