দেউৰিসকল | Chapter 2 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | প্ৰশ্ন আৰু উত্তৰ |

Chapter 2

দেউৰী সকল

প্ৰশ্নাৱলীঃ

১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?

উত্তৰঃ 

২। দেউৰীসকলে সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।

উত্তৰঃ 

৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তনমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?

উত্তৰঃ 

৪। দেউৰী সকলে নিজকে কি বুলি চিনাকি দিয়ে?

উত্তৰঃ 

৫। দেউৰী ভাষাত তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তভূক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?

উত্তৰঃ 

৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা?

উত্তৰঃ 

৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?

উত্তৰঃ 

৮। চমুটোকা লিখাঃ

ক) ভীমবৰ দেউৰী     

খ)  ৰাধাকান্ত দেউৰী

গ) বৰ্গৰাম দেউৰী     

ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping