🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ইংৰাজ সাম্ৰাজ্য়ৰ সম্প্ৰসাৰণ | Class 8 Social Science Chapter 2 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Social Science Lesson 2 Solution |

পাঠ ২

ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ 

1. চমু উত্তৰ দিয়াঁ। 

a) প্রথম আফগান যুদ্ধ কোনজন গৱৰ্ণৰৰ দিনত হৈছিল? 

উত্তৰঃ 

b) 1841 খ্রী.ত আফগানসকলে হত্যা কৰা প্রধান ইংৰাজ বিষয়াজন কোন আছিল? 

উত্তৰঃ 

c) ভাৰতত ডাকটিকটৰ প্ৰচলন কাৰ দিনত হৈছিল?

উত্তৰঃ 

d) কোনখন নির্দেশপত্ৰৰ মর্মে বৃটিছসকলে নিম্ন পর্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰিছিল? 

উত্তৰঃ

e) ৰণজিৎ সিঙৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ 

2. তিনি / চাৰিটামান বাক্যত উত্তৰ লিখাঁ।

a) স্বত্ববিলােপ নীতি কি? ইয়াৰ চৰ্তকেইটা কি কি লিখা।

উত্তৰঃ 

b) আফগান নেতা চাহ-চুজাই কেনেকৈ সিংহাসন লাভ কৰিছিল?

উত্তৰঃ 

c) লর্ড এলেনবৰােৱে কেনেকৈ সিন্ধু প্রদেশ দখল কৰিছিল? 

3. চমুটোকা লিখাঁ । 

a) উডৰ প্রেৰণপত্র 

উত্তৰঃ

b ) ডেলহাউছিৰ অযােধ্যা দখল 

উত্তৰঃ

c) লাহােৰ চুক্তি

উত্তৰঃ 

4. উত্তৰ লিখা।

a) ডেলহাউছিৰ কার্যাৱলী বর্ণনা কৰাঁ। 

উত্তৰঃ 

b ) প্রথম ইংগ – শিখ যুদ্ধৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰাঁ। 

উত্তৰঃ

c ) কম্পেনিৰ শাসন কালত ( 1836 খ্রি.ৰপৰা 1854 খ্রি.লৈকে ) ভাৰতত হােৱা অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ ওপৰত এটি চমু মূল্যায়ন আগবঢ়োৱা ।

উত্তৰঃ

Type By – Kishor Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop