🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | সময়ৰ সদব্য়ৱহাৰ | Chapter 10 | অধ্য়ায় ১০ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

সময়ৰ সদব্য়ৱহাৰ

অধ্য়ায় ১০

আৰ্হি প্ৰশ্নঃ

(ক) বাট্রাণ্ড ৰাছেল কোন ?

উত্তৰঃ বাট্ৰাণ্ড ৰাছেল এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ।

(খ) ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে  নিউয়ৰ্ক চহৰখন ফুৰাত সহায় কৰিছিল কাৰণ ৰাছেলে আগতে নিউয়ৰ্ক জাই পোৱা নাছিল সেইবাবে ছাত্ৰজনে নিউয়ৰ্কৰ চহৰখন ফুৰাত সহায় কৰিছিল।

(গ) নিউয়র্ক চহৰখন ক’ত?

উত্তৰঃ নিউয়ৰ্ক চহৰখন আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল।

(ঘ) ৰাছেলে ছাত্ৰজনক কি সুধিছিল? ছাত্রজন কিয় নিৰুত্তৰ হৈ ৰৈছিল ?

উত্তৰঃ ৰাছেলে ছাত্ৰজনক সুধিছিলযে এই পাঁচমিনিট সময়ৰ সদব্যৱহাৰ কেনেকে কৰা যায় এইবুলি সুধিছিল। ছাত্ৰজনে ৰাছেলৰ প্ৰশ্ন উত্তৰ বিচাৰি নাপাই নিৰুত্তৰ হৈ ৰৈছিল।

(ঙ) ৰাছেলে ছাত্ৰজনক কি উপদেশ দিলে ?

উত্তৰঃ ৰাছেলে ছাত্ৰজনক ক’লে ”ডেকা বন্ধু,আমি কেৱল সময় বচালেই নহ’ব,সময়ৰ সদব্যৱহাৰৰ কথাও আগতীয়াকৈ ভাবিব লাগিব  এইবুলি উপদেশ পাতিছিল।

(চ) ৰাছেলৰ ব্যক্তিগত জীৱন কেনে ধৰণৰ আছিল ?

উত্তৰঃ ৰাছেলৰ ব্যক্তিগত জীৱন সময়েৰে বন্ধা আছিল।

Question Answer By Bikash Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop