🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

শস্য উপাৎদন আৰু ব্যৱস্থাপনা | Chapter 1 | Class 8 Science Lesson 1 Question and Answer Assam Jatiya Bidyalay | Assam Jatiya Bidyalay Class 8 New Science Chapter 1 Solution | Class 8 Science Lesson 1 Important Answer |

শস্য উপাৎদন আৰু ব্যৱস্থাপনা 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) কোনবিধ খাদ্য শস্য?

a) ওলকবি  b) ধান  c) সৰিয়হ  d) মচুৰ 

উত্তৰঃ (b) ধান

ii) কোনবিধ শীতকালীন (kharif crop) শস্য নহয়?

a) চয়াবিন  b) আলু   c) সৰিয়হ  d) মচুৰ 

উত্তৰঃ মচুৰ

iii) কোনবিধ শস্যই নাইট্রজেন যােগান ধৰি মাটি সাৰুৱা কৰে?

a)ফুলকবি  b) শালি ধান  d) মচুৰ মাহ  c) ঘেঁহু  

উত্তৰঃ মচুৰ মাহ

iv) কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়?

a) নাইট্র’জেন b) ফছফৰাছ  c) হিউমাছ d) পটাছিয়াম 

উত্তৰঃ হিউমাছ

2. মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃমাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰকৰা কেইহিধমান সঁজুলিৰ নাম হৈছেনাঙল, হেৰ আৰু কল্টিভেটৰ।

3. শস্য বুলিলে কি বুজা? ৰােপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ ৰোপন বাবে ব্যৱহাৰ কৰা বীজক শস্য বুলি কোৱা হয়। ৰোপণৰ সময়ৰ ওপৰত ভিওি কৰি শস্যসমূহক বৰ্ষাকালিন শস্য আৰু শীতকালীন শস্য হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।

4. দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা।

উত্তৰঃ দুটা জৈৱিক সাৰৰ নাম হৈছে-গোবৰ আৰু কেঁচুসাৰ। আৰু দুটা ৰাসায়নিক সাৰৰ নাম হৈছে-ইউৰিয়া আৰুপটাছ।

5. দুবিধ মাহজাতীয় শস্যৰ নাম লিখা।

উত্তৰঃদুবিধ মাহজাতীয় শস্যৰ নামহৈছে-ৰহৰআৰু মচুৰ।

6. শস্যাবর্তন বুলিলে কি বুজা?

উত্তৰঃ এডৰামাটিত এবছৰত বিভিন্ন ধৰনৰ খদ্যশস্য আৰুমাহজাতীয় শস্য সলনা-সলনিকৰাকে শস্যৰ্বতমান বোলে

7. জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পার্থক্য লিখা।

উত্তৰঃ 

8. অপতৃণ কাক বােলে ? অপতৃণ নিয়ন্ত্রণ কৰাৰ দুবিধ সঁজুলি আৰু এটা অপতৃণনাশক দৰৱৰ নাম লিখা । 

উত্তৰঃ 

9. বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা।

উত্তৰঃ 

10. তলৰ ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা— 

‘ক’অংশ    –                ‘খ’ অংশ

a. ৰাইজ’বিয়াম    –         d. এবিধ বেক্টেৰিয়া।

b. শীতকালীন শস্য    –   e. সৰিয়হ।

c. চক্রাকাৰ কোৰ    –     a. বন নিৰণি দিয়া সঁজুলি।

d. বুটাক্ল’ৰ    –                b. বননাশক দৰৱ।

e. কাঁচি    –                     c. ধান কটা সঁজুলি।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop